প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি ৰাওনা হ’ব শ্ৰীলংকালৈ, ৰাষ্ট্ৰপতি মৈত্ৰীপালা ছিৰিসেনাৰ সৈতে কৰিব আলোচনা

আজি ১১ বজাত শ্ৰীলংকালৈ ৰাওনা হ’ব। এইবাৰৰ শ্ৰীলংকা যাত্ৰা প্ৰধানমন্ত্ৰী মোদীৰ তৃতীয়বাৰৰ যাত্ৰা। ২০১৫ আৰু ২০১৭তো শ্ৰীলংকা যাত্ৰা কৰিছিল।

news18assam
Updated:June 9, 2019, 9:13 AM IST
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি ৰাওনা হ’ব শ্ৰীলংকালৈ, ৰাষ্ট্ৰপতি মৈত্ৰীপালা ছিৰিসেনাৰ সৈতে কৰিব আলোচনা
আজি ১১ বজাত শ্ৰীলংকালৈ ৰাওনা হ’ব। এইবাৰৰ শ্ৰীলংকা যাত্ৰা প্ৰধানমন্ত্ৰী মোদীৰ তৃতীয়বাৰৰ যাত্ৰা। ২০১৫ আৰু ২০১৭তো শ্ৰীলংকা যাত্ৰা কৰিছিল।
news18assam
Updated: June 9, 2019, 9:13 AM IST
মালদ্বীপৰ যাত্ৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ৰাওনা হ’ব শ্ৰীলংকালৈ। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈত্ৰীপালা ছিৰিসেনাক সাক্ষাত্‍ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ পিছত শ্ৰীলংকাৰ বিৰোধী নেতা মহিণ্ড ৰাজপক্ষে আৰু তাৰ পিছত তামিল ৰাষ্ট্ৰীয় মিত্ৰজোঁটৰ নেতাক সাক্ষাৎ কৰিব।

দেওবাৰে ১১ বজাত শ্ৰীলংকালৈ ৰাওনা হ’ব। এইবাৰৰ শ্ৰীলংকা যাত্ৰা প্ৰধানমন্ত্ৰী মোদীৰ তৃতীয়বাৰৰ যাত্ৰা। ২০১৫ আৰু ২০১৭তো শ্ৰীলংকা যাত্ৰা কৰিছিল। ইষ্টাৰৰ উৎসৱত হোৱা বিস্ফোৰণৰ পিছত শ্ৰীলংকা ভ্ৰমণ কৰা অন্য দেশৰ নেতাৰ ভিতৰত প্ৰথমগৰাকী নেতাই নৰেন্দ্ৰ মোদী। এই বিস্ফোৰণত ২৫০ গৰাকী লোক নিহত হৈছিল। নিহতৰ ভিতৰত ১১ গৰাকী লোক ভাৰতীয় আছিল।

আৰু চাওক পৰৱৰ্তী বাতৰি