• Home
  • »
  • News
  • »
  • nation
  • »
  • নতুন সংসদ ভৱনৰ ছাঁদত নিৰ্মাণ কৰা ব্ৰঞ্জৰ ৰাষ্ট্ৰীয় প্ৰতীক উন্মোচন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ...

নতুন সংসদ ভৱনৰ ছাঁদত নিৰ্মাণ কৰা ব্ৰঞ্জৰ ৰাষ্ট্ৰীয় প্ৰতীক উন্মোচন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা নতুন সংসদ ভৱনৰ ছাদত দিয়া ৰাষ্ট্ৰীয় প্ৰতীক উন্মোচন কৰে। তেওঁ নতুন সংসদৰ কামত জড়িত শ্ৰমজীৱিসকলৰ সৈতেও বাৰ্তালাপ কৰে।
Prime Minister Shri Narendra Modi unveiled the National Emblem cast on the roof of the New Parliament Building today morning.

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা নতুন সংসদ ভৱনৰ ছাদত দিয়া ৰাষ্ট্ৰীয় প্ৰতীক উন্মোচন কৰে। তেওঁ নতুন সংসদৰ কামত জড়িত শ্ৰমজীৱিসকলৰ সৈতেও বাৰ্তালাপ কৰে। Prime Minister Shri Narendra Modi unveiled the National Emblem cast on the roof of the New Parliament Building today morning.

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা নতুন সংসদ ভৱনৰ ছাদত দিয়া ৰাষ্ট্ৰীয় প্ৰতীক উন্মোচন কৰে। তেওঁ নতুন সংসদৰ কামত জড়িত শ্ৰমজীৱিসকলৰ সৈতেও বাৰ্তালাপ কৰে।

ৰাষ্ট্ৰীয় প্ৰতীকটো মুঠ ৯৫০০ কিলোগ্ৰাম ওজনৰ ব্ৰঞ্জেৰে নিৰ্মিত আৰু উচ্চতা ৬.৫ মিটাৰ। ইয়াক নতুন সংসদ ভৱনৰ চেণ্ট্ৰেল ফ'য়াৰৰ শীৰ্ষত কাষ্ট কৰা হৈছে। প্ৰতীকটো সমৰ্থন কৰিবলৈ প্ৰায় ৬৫০০ কিলোগ্ৰাম ওজনৰ তীখাৰ এটা সহায়ক গাঁথনি নিৰ্মাণ কৰা হৈছে।

নতুন সংসদ ভৱনৰ ছাদত ৰাষ্ট্ৰীয় প্ৰতীকৰ কাষ্টিঙৰ ধাৰণা স্কেচ আৰু প্ৰক্ৰিয়াটো ক্লে মডেলিং/কম্পিউটাৰ গ্ৰাফিকৰ পৰা ব্ৰঞ্জৰ কাষ্টিং আৰু পলিছিঙলৈ প্ৰস্তুতিৰ আঠটা পৃথক পৰ্যায়ৰ মাজেৰে গৈছে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি