உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Narendra Modi: প্ৰধানমন্ত্ৰী মোদীয়ে মহিলাসকলৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰিলে ৪ হাজাৰ টকা, আপোনাৰ একাউণ্টত সোমালনে ধনৰাশি?

    Narendra Modi: প্ৰধানমন্ত্ৰী মোদীয়ে মহিলাসকলৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰিলে ৪ হাজাৰ টকা, আপোনাৰ একাউণ্টত সোমালনে ধনৰাশি?

     প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মসহায়ক গোটলৈ প্ৰায় ১ হাজাৰ কোটি টকা ট্ৰান্সফাৰ কৰিছে।

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মসহায়ক গোটলৈ প্ৰায় ১ হাজাৰ কোটি টকা ট্ৰান্সফাৰ কৰিছে।

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মসহায়ক গোটলৈ প্ৰায় ১ হাজাৰ কোটি টকা ট্ৰান্সফাৰ কৰিছে।

    • Share this:
    Central Government Schemes 2021: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মসহায়ক গোটলৈ প্ৰায় ১ হাজাৰ কোটি টকা ট্ৰান্সফাৰ কৰিছে। লগতে মহিলাসকলৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰিছে ৪ হাজাৰকৈ টকা। জানক কোন সকল মহিলাই লাভ কৰিলে এই টকা-

    কোনে পালে ধনৰাশি-

    চৰকাৰে আজি বিজনেছ কৰেচপণ্ডেণ্ট সখী আঁচনিৰ অধীনত পঞ্জীভুক্ত মহিলাসকললৈ তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন ট্ৰান্সফাৰ কৰিছে। লগতে কন্যা সুমংগল যোজনাৰো টকা একাউণ্টত জমা হৈছে।

    চৰকাৰে ট্ৰেন্সফাৰ কৰিছে ৪০০০ হাজাৰকৈ টকাঃ

    প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰায় ২০ হাজাৰ কৰেচপণ্ডেণ্ট সখী যোজনাত ৰেজিষ্টাৰ্ড সখীৰ একাউণ্টত প্ৰথম কিস্তিৰ ধন জমা কৰিছে। ইয়াৰ চৰকাৰে ৪০০০ কৈ টকা ট্ৰেন্সফাৰ কৰিছে। চৰকাৰে এইসকলক ৬ মাহৰ বাবে ৪০০০ টকা দিয়ে। ইয়াৰ উপৰিও তেওঁলোকে কমিছনো লাভ কৰে।

    সুমংগলৰো টকা কৰিলে নেকি ট্ৰেন্সফাৰঃ

    যদি কন্যা সুমংগল যোজনাৰ কথা যদি কোৱা হয় তেন্তে হিতাধিকাৰীৰ বাবে চৰকাৰে ২০ কোটি টকাৰ ফাণ্ড ৰিলিজ কৰিছে। এই ৰাশিও পৰ্যায় ক্ৰমে ট্ৰান্সফাৰ কৰাৰ কাম আৰম্ভ হৈছে।

    বেংক সখী কোন কোন হব পাৰেঃ

    বেংক সখী হবলৈ দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। ইয়াৰ উপৰিও অনলাইন কাম কৰাৰ ক্ষেত্ৰত পাৰদৰ্শিতা থাকিব লাগিব। লগতে বেংকিং কামকাজৰ ওপৰতো সম্যক জ্ঞান থাকিব লাগিব। গাঁৱৰ মহিলাসকলে এই আঁচনিত ভাগ লব পাৰিব।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Himangshu Bhuyan
    First published: