உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Corona Virus Update: ক'ৰোনাৰ বৰ্ধিত সংক্ৰমণক লৈ চিন্তিত কেন্দ্ৰ ! বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ ...

    Corona Virus Update: ক'ৰোনাৰ বৰ্ধিত সংক্ৰমণক লৈ চিন্তিত কেন্দ্ৰ ! বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ ...

    শেহতীয়াকৈ ভাৰত চৰকাৰে ক'ৰোনাক প্ৰতিহত কৰিবলৈ বুষ্টাৰ ড'জ আৰম্ভ কৰিছে। ইয়াৰ মাজতে বৃহস্পতিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী। 

    • Share this:
    ক'ৰোনাৰ বৰ্ধিত আক্ৰান্তক লৈ চিন্তিত হৈ পৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শেহতীয়াকৈ ভাৰত চৰকাৰে ক'ৰোনাক প্ৰতিহত কৰিবলৈ বুষ্টাৰ ড'জ আৰম্ভ কৰিছে। ইয়াৰ মাজতে বৃহস্পতিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী।

    যোৱা ২৪ ঘণ্টাত, দেশত ১,৬৮,০০ কোৰোনা আক্ৰান্ত ধৰা পৰিছে। এই সময়ছোৱাত মুঠ ২৭৭ জন কোৰোনা আক্ৰান্তৰ মৃত্যু হৈছে। দেশখনত ৪,৪৬১ জন অমিক্ৰন ভুক্তভোগীও পোৱা গৈছে বিগত ২৪ ঘণ্টাত।
    Published by:Kokil Sarma
    First published: