
দীপক পাৰেখ, ৰতন টাটা, মুকেশ আম্বানী আৰু উদয় কোটাক সহ দেশৰ ছয় মুখ্য উদ্যোগপতিয়ে নিজৰ মত এই বৈঠকত উপস্থাপন কৰিব।
দীপক পাৰেখ, ৰতন টাটা, মুকেশ আম্বানী আৰু উদয় কোটাক সহ দেশৰ ছয় মুখ্য উদ্যোগপতিয়ে নিজৰ মত এই বৈঠকত উপস্থাপন কৰিব।
বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক গুৰুত্বপূৰ্ণ ভাৰ্চুৱেল গ্লোবেল ইনভেষ্টৰছ কনফাৰেন্সত অংশ ল'ব। এই বৈঠকত বিনিয়োগৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যৰে প্ৰধানমন্ত্ৰীজনে ২০জন আগশাৰীৰ গ্লোবেল বিনিয়োগকৰ্তা, সাৰ্বভৌম বিত্ত আৰু পেঞ্চন পুঁজিৰ মুৰব্বীৰ সৈতে আলোচনা কৰিব। বৈঠকৰ অংশগ্ৰহনকাৰীৰ মুঠ সম্পদৰ মূল্য ৬ট্ৰিলিয়ন আমেৰিকান ডলাৰ। এই অংশগ্ৰহনকাৰীসকলৰ ভিতৰত আছে GIC, Tamasek, Pension Denmark, Qatar Investment Authority আৰু Japan Post Bank তথা দেশৰ ছয়জন মুখ্য উদ্যোগপতি। দীপক পাৰেখ, ৰতন টাটা, মুকেশ আম্বানী আৰু উদয় কোটাক সহ দেশৰ ছয় মুখ্য উদ্যোগপতিয়ে নিজৰ মত এই বৈঠকত উপস্থাপন কৰিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|