দ্বাৰকাত ৰাৱণ বধ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে!

বিজয়া দশমী উপলক্ষে ৰামলীলী মৈদানত উপস্থিত প্ৰদানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

News18-Assam
Updated:October 8, 2019, 6:04 PM IST
দ্বাৰকাত ৰাৱণ বধ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে!
বিজয়া দশমী উপলক্ষে ৰামলীলী মৈদানত উপস্থিত প্ৰদানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
News18-Assam
Updated: October 8, 2019, 6:04 PM IST
ৰামলীলা মৈদানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বধ কৰিব ৰাৱণক! বিজয়া দশমী উপলক্ষে আয়োজন কৰা ৰাৱণ বধৰ কাৰ্যসূচীত ভাগ লোৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হৈছে দ্বাৰকাৰ চেক্টৰ ১০ত অনুষ্ঠিত কৰা অনুষ্ঠানত। প্ৰদানমন্ত্ৰী মোদীৰ লগত উপস্থিত আছে দিল্লী বিজেপিৰ সভাপতি মনোজ তিৱাৰী।
আৰু চাওক পৰৱৰ্তী বাতৰি