• Home
  • »
  • News
  • »
  • nation
  • »
  • নতুন বছৰ আৰম্ভ কৰক প্ৰধানমন্ত্ৰী মোদীৰ নতুন কবিতাৰে... শুনক

নতুন বছৰ আৰম্ভ কৰক প্ৰধানমন্ত্ৰী মোদীৰ নতুন কবিতাৰে... শুনক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন কবিতা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন কবিতা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন কবিতা

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন কবিতাৰে আৰম্ভ কৰক নতুন বছৰটো। দেশবাসীৰ বাবে প্ৰধানমন্ত্ৰী গাইছে এটা কবিতা। প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজে লিখা কবিতাটোৰ নাম- ‘অভি তোহ সুৰজ ওগা হ্যে’।



২০২০ বৰ্ষৰ বহু ঘটনা প্ৰৱাহক সামৰি লোৱা হৈছে কবিতাটোৰ মাজেৰে। কোৰোণা মহামাৰীৰ সময়ত চিকিত্‍সা কৰ্মী, প্ৰশাসন ব্যৱস্থাৰ লগত জড়িত কৰ্মীসকলৰ ত্যাগ আদিক বিশেষ ৰূপত তুলি ধৰা হৈছে কবিতাটোৰ মাজেৰে।
Published by:Himangshu Bhuyan
First published: