ভূৱা ফটোৰে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে অপপ্ৰচাৰ!

কেমেৰাৰ বিশাল দল লৈ ফটোশ্বুট কৰা বুলি ভুৱা ফটোৰে ছচিয়েল মিডিয়াত চলাইছিল অপপ্ৰচাৰ

News18-Assam
Updated:October 13, 2019, 7:19 PM IST
ভূৱা ফটোৰে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে অপপ্ৰচাৰ!
কেমেৰাৰ বিশাল দল লৈ ফটোশ্বুট কৰা বুলি ভুৱা ফটোৰে ছচিয়েল মিডিয়াত চলাইছিল অপপ্ৰচাৰ
News18-Assam
Updated: October 13, 2019, 7:19 PM IST
কেমেৰাৰ বিশাল দল লৈ ফটোশ্বুট কৰা বুলি ভুৱা ফটোৰে অপপ্ৰচাৰ চলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে। চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰমেও কৰিছিল প্ৰচাৰ। বৃহৎ কেমেৰাৰ দললৈ ফটোশ্ব’ট কৰাৰ বুলি প্ৰচাৰ হৈছিল ছচিয়েল মিডিয়াত। এনে ধৰণৰ ফটো শ্বেয়াৰ কৰিছিল কংগ্ৰেছদলৰ একাংশ আগশাৰীৰ নেতাই।

তামিলনাডুৰ মামাল্লাপুৰমৰ বিচ্চত চাফাই কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেইসময়তে নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ চাফাই অভিযান চলোৱাৰ ফটোশ্ব’ট কৰিবলৈ কেমেৰাৰ এক বৃহৎ দললৈ যোৱা বুলি বিভিন্ন জনে শ্বেয়াৰ কৰিছিল ছচিয়েল মিডিয়াত, যাৰ ফলত কটু সমালোচনাৰ লগতে ট্ৰ’লৰ সন্মুখীন হৈছিল প্ৰধানমন্ত্ৰীগৰাকী। কিন্তু এনে ফটো সম্পূৰ্ণ ভূৱা বুলি অভিহিত কৰিছে বিজেপিয়ে। অসম কংগ্ৰছৰ একাংশ নেতাইও উদগনি জনাইছিল এনে ধৰণৰ ফটোক।

আৰু চাওক পৰৱৰ্তী বাতৰি