সেনা জোৱানক মিঠাই খুৱাই দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

দীপাৱলী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হ’ল জম্মু–কাশমীৰত থকা ভাৰতীয় সেনাৰ শিৱিৰত

News18-Assam
Updated:October 27, 2019, 7:44 PM IST
সেনা জোৱানক মিঠাই খুৱাই দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
দীপাৱলী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হ’ল জম্মু–কাশমীৰত থকা ভাৰতীয় সেনাৰ শিৱিৰত
News18-Assam
Updated: October 27, 2019, 7:44 PM IST
দীপাৱলী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হ’ল জম্মু–কাশমীৰত থকা ভাৰতীয় সেনাৰ শিৱিৰত। ভাৰতীয় সেনাক মিঠাই খুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদযাপন কৰে দীপাৱলী। সেনা জোৱানৰ ত্যাগক দেশৰ প্ৰতিজন লোকেই প্ৰেৰণা হিচাপে ল’ব লাগে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে দেশৰ বাবে ভাৰতীয় সেনাই কৰা ত্য়াগক উচ্চ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২০১৪ চনৰ পৰাই প্ৰধানমন্ত্ৰী গৰাকীয়ে দীপাৱলীৰ সেনা জোৱানৰ লগত উদযাপন কৰি আহিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি