ভোটদান কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে – ‘আতংকবাদৰ অস্ত্ৰ IED, গণতন্ত্ৰৰ শক্তি VID'

আজি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। আহমেদাবাদৰ ৰাণিপত ভোটাধিকাৰ সাব্যস্ত কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভোটদানৰ পূৰ্বে মাতৃ হীৰাবেনৰ আশীৰ্বাদ হ’লে প্ৰধানমন্ত্ৰী মোদীয়ে।

news18assam
Updated:April 23, 2019, 11:15 AM IST
ভোটদান কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে – ‘আতংকবাদৰ অস্ত্ৰ IED, গণতন্ত্ৰৰ শক্তি VID'
আজি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। আহমেদাবাদৰ ৰাণিপত ভোটাধিকাৰ সাব্যস্ত কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভোটদানৰ পূৰ্বে মাতৃ হীৰাবেনৰ আশীৰ্বাদ হ’লে প্ৰধানমন্ত্ৰী মোদীয়ে।
news18assam
Updated: April 23, 2019, 11:15 AM IST
আজি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। আহমেদাবাদৰ ৰাণিপত ভোটাধিকাৰ সাব্যস্ত কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভোটদানৰ পূৰ্বে মাতৃ হীৰাবেনৰ আশীৰ্বাদ হ’লে প্ৰধানমন্ত্ৰী মোদীয়ে। মাতৃয়ে পুত্ৰক উপহাৰ দিলে এখন বস্ত্ৰ। মাতৃৰ আশীৰ্বাদ লৈ ভোটকেন্দ্ৰলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰীগৰাকী। নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি মোদীয়ে কয় – ‘সন্ত্ৰাসবাদীৰ অস্ত্ৰ IED, গণতন্ত্ৰৰ শক্তি ভোটাৰ ID (VID)।

আজি দেশৰ অমিত শ্বাহ, ৰাহুল গান্ধীকে ধৰি কেইবাগৰাকীও হাই প্ৰফাইল নেতাৰ ভাগ্য বন্দী হ’ব EVMত। প্ৰধানমন্ত্ৰী মোদীকে ধৰি বহু ৰথী–মহাৰথীয়ে আজি সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি