অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পিছত দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

আৰম্ভণীয়ে জম্মু-কাশ্মীৰ, লাডাখৰ জনতাক ধন্যবাদ মোদীৰ।

News18-Assam
Updated:August 8, 2019, 8:53 PM IST
অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পিছত দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
Source-Google
News18-Assam
Updated: August 8, 2019, 8:53 PM IST
দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পিছত দেশবাসীক সম্বোধন কৰিছে প্ৰধানমন্ত্ৰীয়ে। আৰম্ভণীতে জম্মু-কাশ্মীৰ, লাডাখৰ জনতাক ধন্যবাদ মোদীৰ। প্ৰধানমন্ত্ৰী মোদীৰ মতে,‘নতুন যুগৰ সূচনা হ’ল জম্মু-কাশ্মীৰ, লাডাখত’
‘পূৰণ হ’ল দেশৰ কোটি কোটি লোকৰ সপোন।’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে উল্লেখ কৰে যে অনুচ্ছেদ ৩৭০ৰ লাভ লৈ আছিল পাকিস্তান। ৩ দশকত প্ৰাণ হেৰুৱালে ৪২ হাজাৰ লোকে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি