‘হ’ব আৰু নালাগে, অতিষ্ঠ হৈ পৰিছো’, অমিতাভ বচ্চনৰ কণ্ঠৰ কোৰোণা সজাগতাৰ কলাৰ টিউন আঁতৰাবলৈ উচ্চ ন্যায়ালয়ত দাখিল কৰিলে আবেদন

News18 Assam | News18-Assam
Updated:January 7, 2021, 2:46 PM IST
‘হ’ব আৰু নালাগে, অতিষ্ঠ হৈ পৰিছো’, অমিতাভ বচ্চনৰ কণ্ঠৰ কোৰোণা সজাগতাৰ কলাৰ টিউন আঁতৰাবলৈ উচ্চ ন্যায়ালয়ত দাখিল কৰিলে আবেদন
অমিতাভ বচ্চনৰ কণ্ঠৰ কোৰোণা সজাগতাৰ কলাৰ টিউন নিশ্চয়কৈ এতিয়া সকলোৰে মনত ৰৈছে।

অমিতাভ বচ্চনৰ কণ্ঠৰ কোৰোণা সজাগতাৰ কলাৰ টিউন নিশ্চয়কৈ এতিয়া সকলোৰে মনত ৰৈছে।

  • Share this:
অমিতাভ বচ্চনৰ কণ্ঠৰ কোৰোণা সজাগতাৰ কলাৰ টিউন নিশ্চয়কৈ এতিয়া সকলোৰে মনত ৰৈছে। মাজে মাজে অতিষ্ঠও কৰিছে কোৰোণা সজাগতাৰ কলাৰ টিউনে। জৰুৰী ভাবে কাৰোবালৈ ফোন কৰাৰ সময়ত বাজি উঠা কোৰোণা সজাগতাৰ টিউন সঁচাকৈয়ে যেন হৈ পৰে আমনিদায়ক।



এইবাৰ এই কলাৰ টিউৰ বিৰুদ্ধে ন্যায়ালয়ত দাখিল কৰা হৈছে আবেদন। অমিতাভ বচ্চনৰ কণ্ঠৰ কোৰোণা সজাগতাৰ কলাৰ টিউন আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত  দাখিল কৰা হৈছে ৰাজহুৱা স্বাৰ্থজৰিত আবেদন। এতিয়া উচ্চ ন্য়ালয়ে ৰায় প্ৰদান কৰাৰ পিছতহে অভিতাভ বচ্চনৰ কোভিড বিষয়ক সচেতনামূলক কলাৰ টিউন শুনিবলৈ পোৱা যাব নে নাই, সেয়া নিশ্চিত হ’ব।
Published by: Himangshu Bhuyan
First published: January 7, 2021, 2:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading