‘হ’ব আৰু নালাগে, অতিষ্ঠ হৈ পৰিছো’, অমিতাভ বচ্চনৰ কণ্ঠৰ কোৰোণা সজাগতাৰ কলাৰ টিউন আঁতৰাবলৈ উচ্চ ন্যায়ালয়ত দাখিল কৰিলে আবেদন

অমিতাভ বচ্চনৰ কণ্ঠৰ কোৰোণা সজাগতাৰ কলাৰ টিউন নিশ্চয়কৈ এতিয়া সকলোৰে মনত ৰৈছে।
অমিতাভ বচ্চনৰ কণ্ঠৰ কোৰোণা সজাগতাৰ কলাৰ টিউন নিশ্চয়কৈ এতিয়া সকলোৰে মনত ৰৈছে।
- News18 Assam
- Last Updated: January 7, 2021, 2:46 PM IST
PIL filed in Delhi High Court seeking the removal of mobile caller tune on #COVID19 awareness in the voice of actor Amitabh Bachchan
— ANI (@ANI) January 7, 2021
এইবাৰ এই কলাৰ টিউৰ বিৰুদ্ধে ন্যায়ালয়ত দাখিল কৰা হৈছে আবেদন। অমিতাভ বচ্চনৰ কণ্ঠৰ কোৰোণা সজাগতাৰ কলাৰ টিউন আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে ৰাজহুৱা স্বাৰ্থজৰিত আবেদন। এতিয়া উচ্চ ন্য়ালয়ে ৰায় প্ৰদান কৰাৰ পিছতহে অভিতাভ বচ্চনৰ কোভিড বিষয়ক সচেতনামূলক কলাৰ টিউন শুনিবলৈ পোৱা যাব নে নাই, সেয়া নিশ্চিত হ’ব।