দিল্লী বিমানবন্দৰৰ প্ৰস্ৰাৱগাৰত অসমৰ বিহুৱা–নাচনী!

News18 Assam | News18-Assam
Updated:January 27, 2020, 10:12 AM IST
দিল্লী বিমানবন্দৰৰ প্ৰস্ৰাৱগাৰত অসমৰ বিহুৱা–নাচনী!
কেইগৰাকীমান অসমীয়া লোকে News18লৈ প্ৰেৰণ কৰিছে এই বিতৰ্কিত ছবি।

কেইগৰাকীমান অসমীয়া লোকে News18লৈ প্ৰেৰণ কৰিছে এই বিতৰ্কিত ছবি।

  • Share this:
নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ড’মেষ্টিক টাৰ্মিনেলৰ প্ৰস্ৰাৱগাৰৰ দুৱাৰত বিহুৱা আৰু নাচনীৰ ফটো। পুৰুষৰ প্ৰস্ৰাৱগাৰৰ দুৱাৰত বিহুৱাৰ ফটো লগোৱাৰ বিপৰীতে মহিলাৰ প্ৰস্ৰাৱগাৰৰ দুৱাৰত লাগিল নাচনীৰ ফটো। এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেইগৰাকীমান অসমীয়া লোকে News18লৈ প্ৰেৰণ কৰিছে এই বিতৰ্কিত ছবি। বিগত ২–৩ বছৰ ধৰি বিমানবন্দৰটোৰ টয়লেটৰ দুৱাৰত এইদৰে বিহুৱা–নাচনীৰ ফটো লাগি আছে বুলি জানিব পৰা গৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি