• Home
  • »
  • News
  • »
  • nation
  • »
  • Petrol Price Today: পেট্ৰ’ল–ডিজেলৰ দাম সামান্য হ্ৰাস, আজিৰ দিনটোত আপোনাৰ চহৰত কিমান দাম?

Petrol Price Today: পেট্ৰ’ল–ডিজেলৰ দাম সামান্য হ্ৰাস, আজিৰ দিনটোত আপোনাৰ চহৰত কিমান দাম?

দেশৰ প্ৰায় ১৯ খন ৰাজ্যত পেট্ৰ’লৰ দাম ১০০ৰ ঘৰ অতিক্ৰম কৰিছে।দেশৰ প্ৰায় ১৯ খন ৰাজ্যত পেট্ৰ’লৰ দাম ১০০ৰ ঘৰ অতিক্ৰম কৰিছে।

দেশৰ প্ৰায় ১৯ খন ৰাজ্যত পেট্ৰ’লৰ দাম ১০০ৰ ঘৰ অতিক্ৰম কৰিছে।দেশৰ প্ৰায় ১৯ খন ৰাজ্যত পেট্ৰ’লৰ দাম ১০০ৰ ঘৰ অতিক্ৰম কৰিছে।

দেশৰ প্ৰায় ১৯ খন ৰাজ্যত পেট্ৰ’লৰ দাম ১০০ৰ ঘৰ অতিক্ৰম কৰিছে।দেশৰ প্ৰায় ১৯ খন ৰাজ্যত পেট্ৰ’লৰ দাম ১০০ৰ ঘৰ অতিক্ৰম কৰিছে।

  • Share this:
পেট্ৰ’ল–ডিজেলৰ দাম বুধবাৰে সামান্য হ্ৰাস পাইছে। বিগত কেইটামান দিন ধৰি পেট্ৰ’ল–ডিজেলৰ দাম স্থিতাৱস্থাত আছিল যদিও আজি প্ৰায় ১৫ পইচা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।

IOCLৰ মতে, ৰাজধানী দিল্লীত বুধবাৰে এক লিটাৰ পেট্ৰ’লৰ দাম ১০১.৩৪ টকা আৰু ডিজেলৰ দাম ৮৮.৭৭ টকা। ১৫ পইচা হ্ৰাস পাইছে দাম। মঙলবাৰে দামৰ কোনো সালসলনি হোৱা নাছিল। ইয়াৰ পূৰ্বেও বিগত সপ্তাহত ১৫ পইচা প্ৰতিলিটাৰত হ্ৰাস পাইছিল।

দেশৰ প্ৰায় ১৯ খন ৰাজ্যত পেট্ৰ’লৰ দাম ১০০ৰ ঘৰ অতিক্ৰম কৰিছে। এই তালিকাত মধ্য প্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কৰ্ণাটক, ওড়িশা, জম্মু–কাশ্মীৰ আৰু লাডাখ অন্তৰ্ভুক্ত আছে।

আজি কোন চহৰত পেট্ৰ’ল–ডিজেলৰ দাম কিমান (Petrol Diesel Price on 1 September  2021)

– দিল্লীত পেট্ৰ’ল ১০১.৩৪ টকা আৰু ডিজেল ৮৮.৭৭ টকা প্ৰতিলিটাৰত।

– মুম্বাইত পেট্ৰ’ল ১০৭.৩৯ টকা আৰু ডিজেল ৯৮.৩৩ টকা প্ৰতিলিটাৰত।

– চেন্নাইত পেট্ৰ’ল ৯৯.০৮ টকা আৰু ডিজেল ৯৩.৩৮ টকা প্ৰতিলিটাৰত।

– কলকাতাত পেট্ৰ’ল ১০১.৭২ টকা আৰু ডিজেল৯১.৮৪ টকা প্ৰতিলিটাৰত।

– নয়দাত পেট্ৰ’ল ৯৮.৬৫ টকা আৰু ডিজেল ৮৯.৩৪ টকা প্ৰতিলিটাৰত।

– জয়পুৰত পেট্ৰ’ল ১০৮.২৭ টকা আৰু ডিজেল ৯৭.৯১ টকা প্ৰতিলিটাৰত।

– গুৱাহাটীত পেট্ৰ’ল ৯৭.৩০ টকা আৰু ডিজেল ৮৮.২৫ টকা।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি