• Home
  • »
  • News
  • »
  • nation
  • »
  • Petrol Diesel Prices : পেট্ৰ’ল–ডিজেলৰ নতুন দাম জাৰি, আপোনাৰ চহৰত আজি কিমান দাম?

Petrol Diesel Prices : পেট্ৰ’ল–ডিজেলৰ নতুন দাম জাৰি, আপোনাৰ চহৰত আজি কিমান দাম?

বিগত ২৪ ঘণ্টাত প্ৰায় ১ ডলাৰ বৃদ্ধি পাই প্ৰতি বেৰেলত ১০৭ ডলাৰত উপনীত হৈছে। ইয়াৰ মাজতে চৰকাৰী তেল কোম্পানীসমূহে পেট্ৰ’ল–ডিজেলৰ নতুন দাম জাৰি কৰিছে।

  • Share this:
বিশ্ব বজাৰত খাৰুৱা তেলৰ দাম পুনৰ বৃদ্ধি পাইছে। বিগত সপ্তাহত খাৰুৱা তেলৰ দাম হ্ৰাস পাইছিল যদিও পুনৰ বৃদ্ধি পাবলৈ লৈছে। বিগত ২৪ ঘণ্টাত প্ৰায় ১ ডলাৰ বৃদ্ধি পাই প্ৰতি বেৰেলত ১০৭ ডলাৰত উপনীত হৈছে। ইয়াৰ মাজতে চৰকাৰী তেল কোম্পানীসমূহে পেট্ৰ’ল–ডিজেলৰ নতুন দাম জাৰি কৰিছে।

ক্ৰুড অইলৰ দাম বৃদ্ধি হৈছে যদিও চৰকাৰী তেল কোম্পানীয়ে পেট্ৰ’ল–ডিজেলৰ খুচুৰা দামত কোনো সালসলনি ঘটোৱা নাই। দিল্লীত পেট্ৰ’লৰ দাম বৰ্তমান ৯৬.৭২ টকা প্ৰতিলিটাৰ। তেল কোম্পানীসমূহে ৬ এপ্ৰিলৰ পিছত পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি কৰা নাই।

কেইখনমান মহানগৰত আজি পেট্ৰ’ল–ডিজেলৰ দাম

– দিল্লীত পেট্ৰ’ল ৯৬.৭২ টকা আৰু ডিজেল ৮৯.৬২ টকা প্ৰতিলিটাৰ

– মুম্বাইত পেট্ৰ’ল ১০৬.৩১ টকা আৰু ডিজেল ৯৪.২৭ টকা প্ৰতিলিটাৰ

– চেন্নাইত পেট্ৰ’ল ১০২.৬৩ টকা আৰু ডিজেল ৯৪.২৪ টকা প্ৰতিলিটাৰ

– কলকাতাত পেট্ৰ’ল ১০৬.০৩ টকা আৰু ডিজেল ৯২.৭৬ টকা প্ৰতিলিটাৰ

– গুৱাহাটীত পেট্ৰ’ল ৯৬.৩০ টকা আৰু ডিজেল ৮৪.২০ টকা প্ৰতিলিটাৰত।
Published by:Sanjay Kumar Das
First published: