• Home
  • »
  • News
  • »
  • nation
  • »
  • Petrol Diesel Prices : অপৰিশোধিত তেলৰ দাম হ্ৰাস, জাৰি কৰা হ’ল পেট্ৰ’ল–ডিজেলৰ নতুন দাম

Petrol Diesel Prices : অপৰিশোধিত তেলৰ দাম হ্ৰাস, জাৰি কৰা হ’ল পেট্ৰ’ল–ডিজেলৰ নতুন দাম

অপৰিশোধিত তেলৰ দাম হ্ৰাসৰ মাজতে শুকুৰবাৰে চৰকাৰী তেল কোম্পানীসমূহে জাৰি কৰিলে পেট্ৰ’ল–ডিজেলৰ খুচুৰা দাম।

অপৰিশোধিত তেলৰ দাম হ্ৰাসৰ মাজতে শুকুৰবাৰে চৰকাৰী তেল কোম্পানীসমূহে জাৰি কৰিলে পেট্ৰ’ল–ডিজেলৰ খুচুৰা দাম।

অপৰিশোধিত তেলৰ দাম হ্ৰাসৰ মাজতে শুকুৰবাৰে চৰকাৰী তেল কোম্পানীসমূহে জাৰি কৰিলে পেট্ৰ’ল–ডিজেলৰ খুচুৰা দাম।

  • Share this:


গ্ল’বেল মাৰ্কেটত অপৰিশোধিত তেলৰ দাম বিগত কিছুদিন ধৰি ধাৰাবাহিকভাৱে হ্ৰাস পাইছে। শুকুৰবাৰে ১০০ ডলাৰৰ তললৈ হ্ৰাস পালে এই দাম। আগন্তুক দিনত ইন্ধনৰ দাম হ্ৰাস পাব বুলি আশা ব্যক্ত কৰিছে আন্তৰ্জাতিক শক্তি সংস্থা (আইইএ)ই।

অপৰিশোধিত তেলৰ দাম হ্ৰাসৰ মাজতে শুকুৰবাৰে চৰকাৰী তেল কোম্পানীসমূহে জাৰি কৰিলে পেট্ৰ’ল–ডিজেলৰ খুচুৰা দাম। আজিৰ দিনটোত ইন্ধনৰ দামৰ কোনো সালসলনি ঘটোৱা নাই।

দিল্লীত এতিয়াও পেট্ৰ’লৰ দাম ৯৬.৭২ টকা প্ৰতিলিটাৰ। কোম্পানীয়ে ৬ এপ্ৰিলৰ পিছত পেট্ৰ’লৰ দাম বৃদ্ধি কৰা নাই। উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় বজাৰত ব্ৰেণ্ট ক্ৰুডৰ দাম আজি পুৱা ৯৫.৬৭ ডলাৰ প্ৰতি বেৰেলত।

চাৰিখন মহানগৰত আজিৰ পেট্ৰ’ল–ডিজেলৰ দাম

– দিল্লীত পেট্ৰ’ল ৯৬.৭২ টকা আৰু ডিজেল ৮৯.৬২ টকা প্ৰতিলিটাৰত।

– মুম্বাইত পেট্ৰ’ল ১০৯.২৭ টকা আৰু ডিজেল ৯৫.৮৪ টকা প্ৰতিলিটাৰত।

– চেন্নাইত পেট্ৰ’ল ১০২.৬৩ টকা আৰু ডিজেল ৯৪.২৪ টকা প্ৰতিলিটাৰত।

– কলকাতাত পেট্ৰ’ল ১০৬.০৩ টকা আৰু ডিজেল ৯২.৭৬ টকা প্ৰতিলিটাৰত।

Published by:Sanjay Kumar Das
First published: