• Home
  • »
  • News
  • »
  • nation
  • »
  • Petrol-Diesel Price today: পেট্ৰল–ডিজেলৰ নতুন মূল্য, জানক আজি আপোনাৰ ঠাইত কিমান দাম

Petrol-Diesel Price today: পেট্ৰল–ডিজেলৰ নতুন মূল্য, জানক আজি আপোনাৰ ঠাইত কিমান দাম

বুধবাৰে পুৱা চৰকাৰী মালিকানাধীন তেল কোম্পানীবোৰে দিল্লীত পেট্ৰল–ডিজেলৰ মূল্যৰ কোনে সাল–সলনি কৰা নাই।

বুধবাৰে পুৱা চৰকাৰী মালিকানাধীন তেল কোম্পানীবোৰে দিল্লীত পেট্ৰল–ডিজেলৰ মূল্যৰ কোনে সাল–সলনি কৰা নাই।

বুধবাৰে পুৱা চৰকাৰী মালিকানাধীন তেল কোম্পানীবোৰে দিল্লীত পেট্ৰল–ডিজেলৰ মূল্যৰ কোনে সাল–সলনি কৰা নাই।

  • Share this:
আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যৰ উত্থান-পতনৰ মাজতেই চৰকাৰী মালিকানাধীন তেল কোম্পানীবোৰে বুধবাৰে পেট্ৰল–ডিজেলৰ খুচুৰা দাম মুকলি কৰে। বৰ্তমান দিল্লীত পেট্ৰল–ডিজেলৰ মূল্য হৈছে ক্ৰমে প্ৰতিলিটাৰত ৯৬.৭২ টকা আৰু ৮৯.৬২ টকা।

উল্লেখযোগ্য যে, বুধবাৰে পুৱা চৰকাৰী মালিকানাধীন তেল কোম্পানীবোৰে দিল্লীত পেট্ৰল–ডিজেলৰ মূল্যৰ কোনো সাল–সলনি কৰা নাই। আচলতে, তৈল কোম্পানীবোৰে বিগত ৬ এপ্ৰিল তাৰিখে শেষবাৰৰ বাবে মূল্য বৃদ্ধি কৰিছিল। ইয়াৰ পাছতে পৰা তেলৰ মূল্য বৰ্তমান পৰ্যন্ত বৃদ্ধি হেৱা নাই। যদি খাৰুৱা তেলৰ কথা কোৱা যায় তেন্তে বিগত ২৪ ঘণ্টাত ব্ৰেণ্ট ক্ৰুডৰ মূল্য প্ৰায় স্থিৰ হৈ আছে আৰু ই প্ৰতি বেৰেলত ৯৬.১৭ ডলাৰত চলি বিপৰীতে ডব্লিউটিআই প্ৰতি বেৰেলত ৯০.৩০ ডলাৰত আছে।

পেট্ৰল–ডিজেলৰ মূল্য–

দিল্লীত প্ৰতিলিটাৰ পেট্ৰলৰ দাম ৯৬.৭২ টকা আৰু ডিজেলৰ দাম ৮৯.৬২ টকা

মুম্বাইত প্ৰতিলিটাৰ পেট্ৰলৰ দাম ১০৬.৩১ টকা আৰু ডিজেলৰ দাম ৯৪.২৭ টকা

চেন্নাইত প্ৰতিলিটাৰ পেট্ৰলৰ দাম ১০২.৬৩ টকা আৰু ডিজেলৰ দাম ৯৪.২৪ টকা

কলিকতাত প্ৰতিলিটাৰ পেট্ৰলৰ দাম ১০৬.৩১ টকা আৰু ডিজেলৰ দাম ৯৪.২৭ টকা

গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰলৰ দাম ৯৭.৪৫ টকা আৰু ডিজেলৰ দাম ৮৫.৩৫ টকা।
Published by:Sanjay Kumar Das
First published: