• Home
  • »
  • News
  • »
  • nation
  • »
  • Petrol Diesel Price Today: পেট্ৰ’ল–ডিজেলৰ নতুন দাম জাৰি, জানক আজি আপোনাৰ চহৰত কিমান দাম

Petrol Diesel Price Today: পেট্ৰ’ল–ডিজেলৰ নতুন দাম জাৰি, জানক আজি আপোনাৰ চহৰত কিমান দাম

চৰকাৰে দিপাৱলীৰ এদিন পূৰ্বে পেট্ৰ’লত ৫ টকা প্ৰতিলিটাৰত আৰু ডিজেলত ১০ টকা হ্ৰাস কৰাৰ ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে।

  • Share this:
Petrol Diesel Price Today: চৰকাৰী তেল কোম্পানীসমূহে ১৪ নৱেম্বৰৰ বাবে পেট্ৰ’ল–ডিজেলৰ দাম জাৰি কৰিছে। আজিও দামৰ কোনো সালসলনি কৰা হোৱা নাই। বিগত কিছুদিন ধৰি সাধাৰণ জনতাই পেট্ৰ’ল–ডিজেলৰ মূল্যবৃদ্ধিৰ পৰা সামান্য সকাহ লাভ কৰিছে। কেইবাখনো চহৰত পেট্র’লৰ দাম প্ৰতিলিটাৰত ১০০ টকাৰ তলত চলি আছে।

চৰকাৰে দিপাৱলীৰ এদিন পূৰ্বে পেট্ৰ’লত ৫ টকা প্ৰতিলিটাৰত আৰু ডিজেলত ১০ টকা হ্ৰাস কৰাৰ ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে। তাৰ পিছতে ৰাজ্য চৰকাৰেও ৭ টকাকৈ ভেট হ্ৰাস কৰিছিল পেট্ৰ’ল–ডিজেলত। তাৰ পিছৰে পৰা পেট্ৰ’লৰ–ডিজেলৰ দাম প্ৰায় স্থিৰ হৈ আছে।

কোন চহৰত পেট্ৰ’ল–ডিজেলৰ দাম কিমান (Petrol Diesel Price on 14 November 2021)

– দিল্লীত পেট্ৰ’ল প্ৰতিলিটাৰ ১০৩.৯৭ টকা আৰু ডিজেল ৮৬.৬৭ টকা

– মুম্বাইত পেট্ৰ’ল প্ৰতিলিটাৰত ১০৯.৯৮ টকা আৰু ডিজেল ৯৪.১৪ টকা

– চেন্নাইত পেট্ৰ’ল ১০১.৪০ টকা আৰু ডিজেল ৯১.৪৩ টকা

– কলকাতাত পেট্ৰ’ল ১০৪ টকা আৰু ডিজেল ৮৯.৭৯ টকা

– গুৱাহাটীত পেট্ৰ’ল ৯৪.৭৫ টকা আৰু ডিজেলত ৮১.৪২ টকা।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি