உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • জানুৱাৰীৰ পিছত আজি সৰ্বাধিক বৃদ্ধি পেট্ৰ’ল–ডিজেলৰ মূল্য, নতুন মূল্য চাওক

    জানুৱাৰীৰ পিছত আজি সৰ্বাধিক বৃদ্ধি পেট্ৰ’ল–ডিজেলৰ মূল্য, নতুন মূল্য চাওক

    আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধিলৈ চাই ভাৰতত পেট্ৰ’ল–ডিজেলৰ মূল্য অধিক বৃদ্ধি পোৱাৰ আশংকা।

    আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধিলৈ চাই ভাৰতত পেট্ৰ’ল–ডিজেলৰ মূল্য অধিক বৃদ্ধি পোৱাৰ আশংকা।

    আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধিলৈ চাই ভাৰতত পেট্ৰ’ল–ডিজেলৰ মূল্য অধিক বৃদ্ধি পোৱাৰ আশংকা।

    • News18
    • Last Updated :
    • Share this:
      চৌদি আৰামক’ৰ তেলৰ কুঁৱাত ড্ৰ’নৰ আক্ৰমণৰ পিছত খাৰুৱা তেলৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত সৰ্বোচ্ছ হৈছে। ভাৰততো পৰিছে ইয়াৰ প্ৰভাৱ। ৰাজধানী দিল্লীত যোৱা দুদিনত পেট্ৰ’ল–ডিজেলৰ মূল্য ৩৯পইচা প্ৰতিলিটাৰত বৃদ্ধি পাইছে। পেট্ৰ’ল–ডিজেলৰ মূল্যৰ এদিনতে এই বৃদ্ধি জানুৱাৰীৰ পিছত সৰ্বপ্ৰথম। দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’ল ২৫পইচা মহঙা হৈ ৭২.৪২টকা আৰু ডিজেলৰ মূল্য ২৪পইচা বাঢ়ি প্ৰতিলিটাৰত ৬৫.৮২টকা হৈছে।

      গুৱাহাটীত মঙলবাৰে প্ৰতিলিটাৰ পেট্ৰ’ল ৭৪.২৭টকাত আৰু ডিজেল প্ৰতিলিটাৰত ৬৮.৮১টকা হৈছিল।

      ইণ্ডিয়ান অইলৰ ৱেবছাইটৰ তথ্য অনুসৰি বুধবাৰে দিল্লী, মুম্বাই, কলকাতা আৰু চেন্নাইত পেট্ৰ’লৰ দাম বাঢ়ি প্ৰতিলিটাৰত ক্ৰমে ৭২.৪২টকা, ৭৮.১০টকা, ৭৫.১৪টকা আৰু ৭৫.২৬টকা হৈছে। চাৰিওখন মহানগৰত ডিজেলৰ দাম বাঢ়ি প্ৰতিলিটাৰত ক্ৰমে ৬৫.৮২টকা, ৬৯.০৪টকা আৰু ৬৯.৫৭টকা হৈছে।



       
      First published: