অস্বাভাৱিক মূল্যবৃদ্ধিয়ে জনসাধাৰণক মাধমাৰ সোধাইছে, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ আশংকা।
অস্বাভাৱিক মূল্যবৃদ্ধিয়ে জনসাধাৰণক মাধমাৰ সোধাইছে, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ আশংকা।
সৰ্বসাধাৰণৰ মূৰত ৰামটাঙোন শোধাই বাঢ়িয়ে আছে পেট্ৰ’ল–ডিজেলৰ মূল্য। যোৱা ১১দিনত পেট্ৰ’লত মুঠ ৬টকা দুই পইচা আৰু ডিজেলত ৬টকা ৪পইচা বাঢ়িছে দাম। গুৱাহাটীত আজিৰ মূল্য হৈছে, পেট্ৰ’লত প্ৰতি লিটাৰতঃ ৮২.৫৭টকা আৰু ডিজেল প্ৰতি লিটাৰতঃ ৭৫.৯টকা।
হোৰাহোৰে বাঢ়ি অহা দামৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ আশংকা কৰা হৈছে আৰু শীঘ্ৰেই পূৰ্বে আৰোপ কৰা অতিৰিক্ত ভেট কৰ্তন নকৰিলে সাধাৰণ ৰাইজ বৃহৎ সমস্যাৰ সন্মুখীন হোৱাৰ আশংকা কৰা হৈছে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|