পেট্ৰ’ল আৰু ডিজেলৰ দাম হ’ব বৃদ্ধি! ১টকাকৈ অতিৰিক্ত উপ-কৰ লগালে চৰকাৰে

বৃদ্ধি হ’ব পেট্ৰ’ল আৰু ডিজেলৰ দাম। বিত্ত মন্ত্ৰী নিৰ্মলা নিৰ্মলা সীতাৰমনে ইন্ধনত ১ শতাংশ অতিৰিক্ত উপ-কৰ লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দাম বৃদ্ধিৰ ফলত সাধাৰণ লোকৰ ওপৰত প্ৰত্যক্ষভাৱে পৰিব প্ৰভাৱ। কৰ বৃদ্ধি হ’লে পেট্ৰ’ল আৰু ডিজেলৰো দাম বৃদ্ধি হ’ব।

News18-Assam
Updated:July 5, 2019, 2:17 PM IST
পেট্ৰ’ল আৰু ডিজেলৰ দাম হ’ব বৃদ্ধি! ১টকাকৈ অতিৰিক্ত উপ-কৰ লগালে চৰকাৰে
বৃদ্ধি হ’ব পেট্ৰ’ল আৰু ডিজেলৰ দাম। বিত্ত মন্ত্ৰী নিৰ্মলা নিৰ্মলা সীতাৰমনে ইন্ধনত ১ শতাংশ অতিৰিক্ত উপ-কৰ লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দাম বৃদ্ধিৰ ফলত সাধাৰণ লোকৰ ওপৰত প্ৰত্যক্ষভাৱে পৰিব প্ৰভাৱ। কৰ বৃদ্ধি হ’লে পেট্ৰ’ল আৰু ডিজেলৰো দাম বৃদ্ধি হ’ব।
News18-Assam
Updated: July 5, 2019, 2:17 PM IST
দাম বৃদ্ধি হ’ব পেট্ৰ’ল আৰু ডিজেলৰ। বিত্ত মন্ত্ৰী নিৰ্মলা নিৰ্মলা সীতাৰমনে ইন্ধনত ১ শতাংশ অতিৰিক্ত উপ-কৰ লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দাম বৃদ্ধিৰ ফলত সাধাৰণ লোকৰ ওপৰত প্ৰত্যক্ষভাৱে পৰিব প্ৰভাৱ। কৰ বৃদ্ধি হ’লে পেট্ৰ’ল আৰু ডিজেলৰো দাম বৃদ্ধি হ’ব। দেশৰ অইল মাৰ্কেটিং কোম্পানী (HPCL, BPCL, IOC)য়ে প্ৰতিদিনে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যৰ সমীক্ষা কৰে। নতুন দৰ পুৱা ৬ বজাৰ পৰা বলবৎ হয়।

নিৰ্মলা সীতাৰমণে বাজেট ভাষণত ক’লে যে এতিয়া প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলত ১ টকাৰ অতিৰিক্ত উপ-কৰ লাগিব। ইয়াৰ জৰিয়তে জমা হোৱা ধন পথ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰত খৰচ কৰা হ’ব।

 




কেনেকৈ নিৰ্ধাৰণ কৰা হয় পেট্ৰ’ল আৰু ডিজেলৰ দৰ– যিটো মূল্যত আমি পেট্ৰ’ল পাম্পৰ পৰা পেট্ৰ’ল ক্ৰয় কৰো তাৰে প্ৰায় ৪৮ শতাংশয়ে আধাৰ মূল্য।

ইয়াৰ পিছত আধাৰ মূল্যত প্ৰায় ৩৫ শতাংশ Excise duty, ১৫ শতাংশ Sales tax আৰু ২ শতাংশ Custom duty লগোৱা হয়।
আৰু চাওক পৰৱৰ্তী বাতৰি