உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • আকৌ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য, আপোনাৰ চহৰত কিমান হ’লগৈ দাম?

    আকৌ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য, আপোনাৰ চহৰত কিমান হ’লগৈ দাম?

    সোমবাৰে প্ৰতি লিটাৰত ৬০ পইচাকৈ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্য।

    সোমবাৰে প্ৰতি লিটাৰত ৬০ পইচাকৈ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্য।

    সোমবাৰে প্ৰতি লিটাৰত ৬০ পইচাকৈ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্য।

    • Share this:
    আকৌ জনতাৰ ওপৰত মাধমাৰ!  বৃদ্ধি পালে পেট্ৰ’ল- ডিজেলৰ মূল্য। সোমবাৰে প্ৰতি লিটাৰত ৬০ পইচাকৈ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্য। দেওবাৰেও ৬০ পইচাকৈ বৃদ্ধি পাইছিল পেট্ৰ’ল-ডিজেলৰ দাম। তেল কোম্পানীৰ এগৰাকী বিষয়াই কোৱা মতে, এতিয়া তেলৰ দামত প্ৰতিদিনে বঢ়া-কমা হ’ব। যাৰফলত সমগ্ৰ দেশতে পেট্ৰ’ল-ডিজেলৰ দামৰ পৰিৱৰ্তন দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে।

    দিল্লীত এতিয়া প্ৰতি লিটাৰ পেট্ৰ’লত হ’লগৈ ৭২.৪৬ টকা। সেইদৰে ডিজেলত হ’লগৈ ৭০.৫৯ টকা। সেইদৰে মুম্বাইত সোমবাৰে প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৭৯.৪৯ টকা হোৱাৰ বিপৰীতে ডিজেলৰ দাম হ’লগৈ ৬৯.৩৭ টকা। সেইদৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম হ’লগৈ ৭৮.৩৯ টকা। সেইদৰে ডিজেলৰ মূল্য ৭০.৫ টকা।
    First published: