মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Petrol Price Today : আজি পেট্ৰ’ল–ডিজেলৰ দাম বাঢ়িল নে কমিল? তেল ভৰোৱাৰ আগতে চাওক আপোনাৰ চহৰত আজি কিমান দাম

Petrol Price Today : আজি পেট্ৰ’ল–ডিজেলৰ দাম বাঢ়িল নে কমিল? তেল ভৰোৱাৰ আগতে চাওক আপোনাৰ চহৰত আজি কিমান দাম

News18 Assam | News18-Assam
Updated:March 8, 2021, 9:54 AM IST
Petrol Price Today : আজি পেট্ৰ’ল–ডিজেলৰ দাম বাঢ়িল নে কমিল? তেল ভৰোৱাৰ আগতে চাওক আপোনাৰ চহৰত আজি কিমান দাম
বৰ্তমান পেট্ৰ’ল–ডিজেলৰ দাম সৰ্বোচ্চ স্তৰত চলি আছে।

বৰ্তমান পেট্ৰ’ল–ডিজেলৰ দাম সৰ্বোচ্চ স্তৰত চলি আছে।

  • Share this:
পেট্ৰ’ল–ডিজেলৰ দামত আজি ধাৰাবাহিকভাৱে নৱম দিনাও তেল কোম্পানীসমূহে দামৰ কোনো সালসলনি কৰা নাই। খাৰুৱা তেলৰ দাম ৭০ ডলাৰ প্ৰতি বেৰেল হৈছেগৈ। ঘৰুৱা বজাৰত তেলৰ দাম স্থিৰ হৈ আছে। সোমবাৰে দিল্লীৰ বজাৰত পেট্ৰ’লৰ দাম ৯১.১৭ প্ৰতিলিটাৰ আৰু ডিজেলৰ দাম ৮১.৪৭ টকা। বৰ্তমান পেট্ৰ’ল–ডিজেলৰ দাম সৰ্বোচ্চ স্তৰত চলি আছে।


পেট্ৰ’ল–ডিজেলৰ আজিৰ দাম :


>> দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’ল ৯১.১৭ টকা আৰু ডিজেল ৮১.৪৭ টকা।

>> মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’ল ৯৭.৫৭ টকা আৰু ডিজেল ৮৮.৬০ টকা।

>> কলকাতাত প্ৰতিলিটাৰ পেট্ৰ’ল ৯১.৩৫ টকা আৰু ডিজেল ৮৪.৩৫ টকা।

>> চেন্নাইত প্ৰতিলিটাৰ পেট্ৰ’ল ৯৩.১১ টকা আৰু ডিজেল ৮৬.৪৫ টকা।


>> নয়দাত প্ৰতিলিটাৰ পেট্ৰ’ল ৮৯.৩৮ টকা আৰু ডিজেল ৮১.৯১ টকা।

>> বেংগালুৰুত প্ৰতিলিটাৰ পেট্ৰ’ল ৯৪.২২ টকা আৰু ডিজেল ৮৬.৩৭ টকা।

>> ভূপালত প্ৰতিলিটাৰ পেট্ৰ’ল ৯৯.২১ টকা আৰু ডিজেল ৮৯.৭৬ টকা।

>> চণ্ডীগড়ত প্ৰতিলিটাৰ পেট্ৰ’ল ৮৭.৭৩ টকা আৰু ডিজেল ৮১.১৭ টকা।

>> পাটনাত প্ৰতিলিটাৰ পেট্ৰ’ল ৯৩.৪৮ টকা আৰু ডিজেল ৮৮.৭৩ টকা।

>> লক্ষ্ণৌত প্ৰতিলিটাৰ পেট্ৰ’ল ৮৯.৩১ টকা আৰু ডিজেল ৮১.৮৫ টকা।

>> গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’ল ৮৭.৯৮ টকা আৰু ডিজেল ৮২.২১ টকা।
Published by: Sanjay Kumar Das
First published: March 8, 2021, 9:54 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি