কনৰাড চাংমা চৰকাৰৰ নতুন অধ্যাদেশ,মেঘালয়ত প্ৰৱেশৰ পূৰ্বে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম

কেন্দ্ৰ আৰু ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী এই অধ্যাদেশৰ বাহিৰত

News18-Assam
Updated:November 2, 2019, 11:27 AM IST
কনৰাড চাংমা চৰকাৰৰ নতুন অধ্যাদেশ,মেঘালয়ত প্ৰৱেশৰ পূৰ্বে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম
কেন্দ্ৰ আৰু ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী এই অধ্যাদেশৰ বাহিৰত
News18-Assam
Updated: November 2, 2019, 11:27 AM IST
মেঘালয়ত প্ৰৱেশৰ পূৰ্বে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। ২৪ ঘণ্টাৰ অধিক থাকিবলৈ হ'লে কৰিব লাগিব পঞ্জীয়ন। মেঘালয়ৰ কনৰাড চাংমা চৰকাৰৰ নতুন অধ্যাদেশ জাৰি।
কেন্দ্ৰ আৰু ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী এই অধ্যাদেশৰ বাহিৰত।

মেঘালয়ৰ চাংমা চৰকাৰৰ অংশীদাৰ বিজেপি। মেঘালয় ৰেছিডেণ্টছ ছেফটী এণ্ড ছিকিউৰিটী এক্ট ২০১৬ৰ অধীনত জাৰি কৰা হৈছে এই অধ্যাদেশ। নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মিজোৰামত আছে ইনাৰ লাইন পাৰ্মিট। ইনাৰ লাইন পাৰ্মিটৰ বিষয়টো চোৱাচিতা কৰে কেন্দ্ৰীয় চৰকাৰে। কিন্তু মেঘালয়ৰ পঞ্জীয়ন আৰু অনুমতিৰ কাম চোৱাচিতা কৰিব ৰাজ্য চৰকাৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি