লালু প্ৰসাদ যাদৱৰ বোৱাৰীৰ অভিযোগ– ‘আন নকওৱেই, শাহুৱে মোক খাবলৈও নিদিয়ে’

লালু প্ৰসাদ যাদৱৰ বোৱাৰী ঐশ্বৰ্যই  দিলে স্বামী তেজশ্ৰী যাদৱক ক্লীনশ্বীট। ‘স্বামীৰ পৰা পাইছো সম্পূৰ্ণ সহযোগ। তেওঁ মোক কোনো দিন অত্যাচাৰ কৰা নাই’

News18-Assam
Updated:September 29, 2019, 6:07 PM IST
লালু প্ৰসাদ যাদৱৰ বোৱাৰীৰ অভিযোগ– ‘আন নকওৱেই, শাহুৱে মোক খাবলৈও নিদিয়ে’
লালু প্ৰসাদ যাদৱৰ বোৱাৰী ঐশ্বৰ্যই  দিলে স্বামী তেজশ্ৰী যাদৱক ক্লীনশ্বীট। ‘স্বামীৰ পৰা পাইছো সম্পূৰ্ণ সহযোগ। তেওঁ মোক কোনো দিন অত্যাচাৰ কৰা নাই’
News18-Assam
Updated: September 29, 2019, 6:07 PM IST
লালু প্ৰসাদ যাদৱৰ বোৱাৰী ঐশ্বৰ্যই  দিলে স্বামী তেজশ্ৰী যাদৱক ক্লীনশ্বীট। ‘স্বামীৰ পৰা পাইছো সম্পূৰ্ণ সহযোগ। তেওঁ মোক কোনো দিন অত্যাচাৰ কৰা নাই’

বিহাৰৰ পূৰ্বৰ মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বৰ পুত্ৰ তেজশ্ৰী যাদৱ আৰু তেওঁৰ পত্নী ঐশ্বৰ্য ৰায়ৰ কাজিয়া এতিয়া আৰক্ষী চকী পালেগৈ। ঘৰত হোৱা হাই ভল্টেজ ড্ৰামা ইমান গম্ভীৰ হ’লগৈ যে, পিছত আৰক্ষীয়ে আহি হস্তক্ষেপ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল। এতিয়া লালুৰ বোৱাৰী ঐশ্বৰ্য ৰায়ে অভিযোগ কৰিছে যে,  লালু প্ৰসাদৰ পৰিয়ালে ঐশ্বৰ্যক ঘৰৰ পৰা খেদি দিয়াৰ পৰিকল্পনা কৰিছে।



ঐশ্বৰ্যই অভিযোগ কৰিছে যে, লালুৰ ডাঙৰ জিয়াৰী মোসী ভাৰতী আৰু পত্নী ৰাব্ৰী দেৱীয়ে প্ৰতিদিনে ঐশ্বৰ্যৰ ওপৰত চলাই শাৰীৰিক আৰু মানসিক নিৰ্যাতন। আনহে নালাগে নিজৰ শাহুৱেকে ঐশ্বৰ্যক ঘৰত খাবলৈও নিদিয়ে! কিন্তু  ঐশ্বৰ্যই  ক্লীনশ্বীট দিলে স্বামী তেজশ্ৰী যাদৱক । ঐশ্বৰ্যৰ মতে, তেজশ্ৰীয়ে প্ৰতিটো খোজতে সহায় কৰে পত্নীক।

লগতে পঢ়ক   বয়ফ্ৰেণ্ডক প্ৰথমবাৰ KISS কৰোতে ধৰা পৰিছিল ছানী লিয়নী, পিতৃৰ পৰা খাইছিল গালি
আৰু চাওক পৰৱৰ্তী বাতৰি