বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ (Nitish Kumar) Covid ত আক্ৰান্ত হৈছে। CMO Biharয়ে টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰি জনাইছে যে মুখ্যমন্ত্ৰী নীতিশ কুমাৰ কৰোনা পজিটিভ।

মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বৰ্তমান ক'ৰোনাৰ দ্বাৰা সংক্ৰমিত হোৱাৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিজকে Home Isolate কৰি লৈছে। তেওঁ লোকসকলক কোভিড অনুকূল সাৱধানতা অৱলম্বন কৰিবলৈও আহ্বান জনাইছে। যোৱা সপ্তাহত, মুখ্যমন্ত্ৰী নীতিশ কুমাৰ জনতা দৰবাৰত (Janta Darbar) কৰোনা বিস্ফোৰণ হোৱাৰ খবৰ পোৱা গৈছিল। বিহাৰৰ উপ মুখ্যমন্ত্ৰী তাৰকিশোৰ প্ৰসাদ আৰু ৰেণু দেৱী দুয়োকে ইতিমধ্যে কৰোনা পজিটিভ পোৱা গৈছে। তদুপৰি, কেবিনেট বৈঠকৰ পাছতো বিহাৰ চৰকাৰৰ ৪ জন মন্ত্ৰী কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছিল।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|