ঘৰৰ দ্বিতীয় মহলাৰ পৰা ৰাস্তাত পৰিল এটি কণমানি, যন্ত্ৰণাত চটফটাই থকা শিশুটিক নকৰিলে কোনেও সহায়, চাওক শিহৰণকাৰী Video

News18 Assam | News18-Assam
Updated:May 20, 2020, 1:31 PM IST
ঘৰৰ দ্বিতীয় মহলাৰ পৰা ৰাস্তাত পৰিল এটি কণমানি, যন্ত্ৰণাত চটফটাই থকা শিশুটিক নকৰিলে কোনেও সহায়, চাওক শিহৰণকাৰী Video
CCTV কেমেৰাত বন্দী হ’ল সমগ্ৰ দৃশ্য।

CCTV কেমেৰাত বন্দী হ’ল সমগ্ৰ দৃশ্য।

  • Share this:
হায় মানৱতা! ৰাজপথত এটি কণমানি শিশুৱে যন্ত্ৰণাত চটফটাই আছে, কাষেৰে পাৰ গৈ গৈছে এজনৰ পিছত সিজন, পিছে সহায় কৰিবলৈ আগবাঢ়ি নাহিল কোনো এজন! CCTV কেমেৰাত বন্দী হ’ল সমগ্ৰ দৃশ্য।

বিহাৰৰ পাটনাৰ ঘটনা এয়া। হঠাত্‍ ঘৰৰ দ্বিতীয় মহলাৰ পৰা ৰাস্তালৈ পৰি গ’ল এটি কণমানি। সেই ৰাস্তাৰে অহা যোৱা কৰি থাকিল বহুজন। কিন্তু কাৰো সময় নহ’ল কণমানিটিৰ ফালে এবাৰ চাবলৈ।

চাওক ভিডিঅ’



বহু সময়ৰ পিছত এজন যুৱক শিশুটিৰ ওচৰলৈ আগবাঢ়ি আহিল। পিছত যুৱকজনৰ তত্‍পৰতাত শিশুটিক চিকিত্‍সালয়ত ভৰ্তি কৰা হয়। শৰীৰৰ বহু ঠাইত গুৰুতৰ ভাবে আঘাত পাইছে শিশুটিয়ে। বৰ্তমান চলি আছে চিকিত্‍সা।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading