• Home
  • »
  • News
  • »
  • nation
  • »
  • কঠুৱা ধৰ্ষণ কাণ্ডঃ পাঠানকোট আদালতৰ ৰায়, ৬ অভিযুক্ত দোষী সাব্যস্ত

কঠুৱা ধৰ্ষণ কাণ্ডঃ পাঠানকোট আদালতৰ ৰায়, ৬ অভিযুক্ত দোষী সাব্যস্ত

১৫ পৃষ্ঠাৰ অভিযোগপত্ৰ অনুসৰি যোৱা বছৰৰ ১০ জানুৱাৰীত অপহৰণ কৰা ৮ বছৰীয়া এটি কণমানিক কঠুৱা জিলাৰ এখন গাঁৱৰ মন্দিৰত বন্দী কৰি ধৰ্ষণ কৰিছিল।

  • Share this:
    জম্মু–কাশ্মীৰৰ কঠুৱাত ৮ বছৰীয়া কণমানিৰ সৈতে প্ৰথমে বলাৎকাৰ আৰু তাৰ পিছত হত্যা কৰা ঘটনা সন্দৰ্ভত সোমবাৰে পঞ্জাৱস্থিত পাঠানকোট এক বিশেষ আদালতৰ ৰায়দান। আদালতে ৭ অভিযুক্তৰ ৬ জনক দোষী সাব্যস্ত কৰে।

    ছাঝি ৰাম, ২ আৰক্ষী বিষয়া দীপক খজুৰিয়া, সুৰেন্দ্ৰ বৰ্মা, মুখ্য কনিষ্টবল তিলক ৰাম আৰু ছাঝি ৰামৰ পুত্ৰ বিশালক দোষী সাব্যস্ত কৰে।

    দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা এই ঘটনাৰ শুনানি সমাপ্ত হ’ল ৩ জুনত। কঠুৱা কাণ্ডৰ ৰায়দান কৰাৰ পূৰ্বে আদালতৰ আশে–পাশে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছিল। ১৫ পৃষ্ঠাৰ চাৰ্জশ্বীট অনুসৰি যোৱা বছৰৰ ১০ জানুৱাৰীত অপহৰণ কৰা ৮ বছৰীয়া কণমানিক এটা মন্দিৰত বন্দী কৰি ধৰ্ষণ কৰা হৈছিল। ধৰ্ষণৰ ৪ দিন পিছত কণমানিটিক হত্যা কৰা হৈছিল।
    First published: