মুখ্যপৃষ্ঠা »খবৰ »দেশ »যোগ দিৱসত পাকিস্তানে কৰিলে এটা ডাঙৰ ভুল, টুইটত ব্যৱহাৰ কৰিলে ভাৰতৰ জাতীয় পতাকা

যোগ দিৱসত পাকিস্তানে কৰিলে এটা ডাঙৰ ভুল, টুইটত ব্যৱহাৰ কৰিলে ভাৰতৰ জাতীয় পতাকা

যোগ দিৱসত পাকিস্তানৰ চৰকাৰী টুইটৰ হেজটেগত অসাৱধানবশত ব্যৱহৃত হ’ল ভাৰতৰ ত্ৰিৰংগা পতাকা। কিন্তু কিছুসময়ৰ পিছতে গুচাই দিয়া হ’ল টুইটটো।

যোগ দিৱসত পাকিস্তানৰ চৰকাৰী টুইটৰ হেজটেগত অসাৱধানবশত ব্যৱহৃত হ’ল ভাৰতৰ ত্ৰিৰংগা পতাকা। কিন্তু কিছুসময়ৰ পিছতে গুচাই দিয়া হ’ল টুইটটো।

  • Share this:
    ২১জুনত সমগ্ৰ বিশ্বই পালন কৰিলে যোগ দিৱস। ভাৰতৰ লগতে সমগ্ৰ বিশ্বত যোগ দিৱসৰ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হ’ল। ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানটো যোগ দিৱসৰ অনুষ্ঠান আয়োজিত কৰা হ’ল। এইসমূহৰ মাজতে পাকিস্তানৰ তৰফৰ পৰা টুইটাৰত শ্বেয়াৰ কৰিলে এটা টুইট কিন্তু এটা টুইট কৰোতে কৰিলে এটা ভুল।

    আচলতে যোগ দিৱসত পাকিস্তানৰ চৰকাৰী টুইটত যিটো হেজটেগ ব্যৱহাৰ কৰা হ’ল তাত অসাৱধানবশত ভাৰতৰ ত্ৰিৰংগা পতাকা সংলগ্ন হ’ল। কিন্তু কিছুসময়ৰ পিছতে সেই টুইটটো ডিলিট কৰি দিয়া হ’ল আৰু নতুনকৈ শ্বেয়াৰ কৰা টুইটত হেজটেগ গুচাই দিয়া হ’ল।



    হেজটেগ গুচাই নতুনকৈ কৰিলে এই টুইট।

    শেহতীয়া বাতৰি