স্বাধীনতা দিৱসৰ দিনাই পাকিস্তানে উলংঘা কৰিলে যুদ্ধ বিৰতি, ভাৰতীয় সেনালৈ লক্ষ্য কৰি গুলীবৰ্ষণ
News18-Assam Updated:August 15, 2019, 10:32 PM IST

photo Source- India Today
ভুলৰ পৰা শিক্ষা নলয় পাকিস্তানে!
- News18 Assam
- Last Updated: August 15, 2019, 10:32 PM IST

স্বাধীনতা দিৱসৰ দিনা যুদ্ধবিৰতি উলংঘা কৰিলে পাকিস্তানী সেনাই। জম্মু-কাশ্মীৰৰ উৰী আৰু ৰাজৌৰী ছেক্টৰত গুলীবৰ্ষণ কৰে পাকিস্তানী সেনাই। ভাৰতীয় সেনায়ো যোগ্যপ্ৰত্যুত্তৰ দিয়ে পাক সেনাক। ভাৰতীয় সেনাৰ গুলীত নিহত ৩জন পাকিস্তান জোৱান। পূৰ্বে পাক সেনাই ৫জন সেনা জোৱান নিহত হোৱাৰ দাবী কৰিছিল। কিন্তু এই দাবী অস্বীকাৰ কৰে ভাৰতীয় সেনা বাহিনীয়ে।