স্বাধীনতা দিৱসৰ দিনাই পাকিস্তানে উলংঘা কৰিলে যুদ্ধ বিৰতি, ভাৰতীয় সেনালৈ লক্ষ্য কৰি গুলীবৰ্ষণ

News18-Assam
Updated:August 15, 2019, 10:32 PM IST
স্বাধীনতা দিৱসৰ দিনাই পাকিস্তানে উলংঘা কৰিলে যুদ্ধ বিৰতি, ভাৰতীয় সেনালৈ লক্ষ্য কৰি গুলীবৰ্ষণ
photo Source- India Today

ভুলৰ পৰা শিক্ষা নলয় পাকিস্তানে!

  • Share this:
কোনো দিন যেন শিক্ষা নল’ব পাকিস্তানে। সীমান্তত আকৌ এবাৰ যুদ্ধ বিৰতি উলংঘা কৰিলে পাকিস্তানী সেনাই। ভাৰতীয়া সেনালৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষন কৰে পাকিস্তানী সেনাই।জম্মু-কাশ্মীৰৰ উৰী আৰু ৰাজৌৰী ছেক্টৰত গুলীবৰ্ষণ কৰে পাকিস্তানী সেনাই। কিন্তু  ভাৰতীয় সেনায়ো যোগ্যপ্ৰত্যুত্তৰ দিয়ে পাক সেনাক। ভাৰতীয় সেনাৰ গুলীত নিহত ৩জন পাকিস্তান জোৱান। পিছত পাকিস্তানী সেনাই ।



স্বাধীনতা দিৱসৰ দিনা যুদ্ধবিৰতি উলংঘা কৰিলে পাকিস্তানী সেনাই। জম্মু-কাশ্মীৰৰ উৰী আৰু ৰাজৌৰী ছেক্টৰত গুলীবৰ্ষণ কৰে পাকিস্তানী সেনাই। ভাৰতীয় সেনায়ো যোগ্যপ্ৰত্যুত্তৰ দিয়ে পাক সেনাক। ভাৰতীয় সেনাৰ গুলীত নিহত ৩জন পাকিস্তান জোৱান। পূৰ্বে পাক সেনাই ৫জন সেনা জোৱান নিহত হোৱাৰ দাবী কৰিছিল। কিন্তু এই দাবী অস্বীকাৰ কৰে ভাৰতীয় সেনা বাহিনীয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি