• Home
  • »
  • News
  • »
  • nation
  • »
  • নাপালে ৰক্ষা! ১৪ দিন তিহাৰ জেলত কটাব লাগিব পি চিদাম্বৰমে

নাপালে ৰক্ষা! ১৪ দিন তিহাৰ জেলত কটাব লাগিব পি চিদাম্বৰমে

১৯ চেপ্তেম্বৰলৈ তিহাৰ জে’লত থাকিব লাগিব চিদাম্বৰম

১৯ চেপ্তেম্বৰলৈ তিহাৰ জে’লত থাকিব লাগিব চিদাম্বৰম

১৯ চেপ্তেম্বৰলৈ তিহাৰ জে’লত থাকিব লাগিব চিদাম্বৰম

  • Share this:
    চেষ্টা বহুত কৰিছিল যদিও নাপালে পৰিত্ৰান! অৱশেষত ১৪ দিনৰ বাবে তিহাৰ জেললৈ যাব লগীয়া হ’ল প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰম।১৯ চেপ্তেম্বৰলৈ তিহাৰ জে’লত থাকিব লাগিব চিদাম্বৰম। CBIৰ বিশেষ আদালতে চিদাম্বৰমক প্ৰেৰণ কৰিলে তিহাৰ জে’ললৈ। তিহাৰ জে’লৰ ৭নং চেলত ৰখা হ’ব চিদাম্বৰক।আই এন এক্স মিডিয়া গোচৰৰ বৃহস্পতিবাৰে দিল্লীৰ ৰাওজ এভিন্যুউ আদালতে শুনানিৰ পাছতে প্ৰদান কৰে এই ৰায়।
    First published: