বিক্ৰম বিধ্বস্ত যদিও সক্ৰিয় অৰ্বিটাৰ, চন্দ্ৰযান-২ৰ অৰ্বিটাৰে পঠালে চন্দ্ৰৰ শেহতীয়া ছবি! গুৰুত্বপূৰ্ণ তথ্য লাভ

এতিয়াও সক্ৰিয় হৈ আছে চন্দ্ৰযান–২ৰ অৰ্বিটাৰ

News18-Assam
Updated:October 5, 2019, 4:45 PM IST
বিক্ৰম বিধ্বস্ত যদিও সক্ৰিয় অৰ্বিটাৰ, চন্দ্ৰযান-২ৰ অৰ্বিটাৰে পঠালে চন্দ্ৰৰ শেহতীয়া ছবি! গুৰুত্বপূৰ্ণ তথ্য লাভ
এতিয়াও সক্ৰিয় হৈ আছে চন্দ্ৰযান–২ৰ অৰ্বিটাৰ
News18-Assam
Updated: October 5, 2019, 4:45 PM IST
চন্দ্ৰযান ২ৰ লেণ্ডাৰ বিক্ৰমৰ সৈতে যোগাযোগ সম্পূৰ্ণ ৰূপে বিচ্ছিন্ন হ’ল। কিন্তু এতিয়াও সক্ৰিয় হৈ আছে চন্দ্ৰযান–২ৰ অৰ্বিটাৰ। চন্দ্ৰযান-২ৰ এই অৰ্বিটাৰে এতিয়া প্ৰেৰণ কৰিছে চন্দ্ৰপৃষ্ঠৰ কেইবাখনো গুৰুত্বপূৰ্ণ ফটো।হাই ৰিজিউলেশ্যন কেমেৰাৰ জৰিয়তে প্ৰায় ১০০ কিলোমিটাৰ উচ্চতাৰ পৰা তোলা হৈছে এই ছবিসমূহ । অৰ্বিটাৰে চন্দ্ৰৰ দক্ষিণ দিশৰ পৰা লোৱা ফটোত চন্দ্ৰৰ পিঠিত শিল দেখা গৈছে। লগতে মাটিত খনিজ পদাৰ্থৰ সন্ধান লাভ কৰিছে।

আৰু চাওক পৰৱৰ্তী বাতৰি