• Home
  • »
  • News
  • »
  • nation
  • »
  • এতিয়াৰে পৰা কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব অনলাইন নিউজ প’ৰ্টেল আৰু কণ্টেণ্ট প্ৰভাইডাৰসমূহ

এতিয়াৰে পৰা কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব অনলাইন নিউজ প’ৰ্টেল আৰু কণ্টেণ্ট প্ৰভাইডাৰসমূহ

কেবিনেট সচিবালয়ে ৯ নৱেম্বৰ তাৰিখে এক বিশেষ ৰাজপত্ৰিত জাননী জাৰি কৰি এই নতুন নিয়ম প্ৰণয়ন কৰিছে।

কেবিনেট সচিবালয়ে ৯ নৱেম্বৰ তাৰিখে এক বিশেষ ৰাজপত্ৰিত জাননী জাৰি কৰি এই নতুন নিয়ম প্ৰণয়ন কৰিছে।

কেবিনেট সচিবালয়ে ৯ নৱেম্বৰ তাৰিখে এক বিশেষ ৰাজপত্ৰিত জাননী জাৰি কৰি এই নতুন নিয়ম প্ৰণয়ন কৰিছে।

  • Share this:
ভাৰত চৰকাৰে এতিয়াৰ পৰা নিয়ন্ত্ৰণ কৰিব অনলাইন নিউজ প’ৰ্টেল, ৱেবছাইটসমূহ আৰু কণ্টেণ্ট প্ৰভাইডাৰসমূহ। নিয়ম বৰ্হিভূত বাতৰি পৰিবেশন কৰিলে ৰোষত পৰিব চৰকাৰৰ। কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব Netflix, Amazon Prime আদিৰ দৰে মনোৰঞ্জনধৰ্মী অনলাইন প্লেটফৰ্মসমূহো।

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সংবিধানৰ অনুচ্ছেদ ৭৭ৰে প্ৰদান কৰা ক্ষমতা ব্যৱহাৰ কৰি Government of India (Allocation of Business) 1961 Rulesৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয় শীৰ্ষক দ্বিতীয় অনুসূচীত প্ৰয়োজনীয় সংশোধনী ঘটাই এই নিয়ম বলবৎ কৰিছে।



কেবিনেট সচিবালয়ে ৯ নৱেম্বৰ তাৰিখে এক বিশেষ ৰাজপত্ৰিত জাননী জাৰি কৰি এই নতুন নিয়ম প্ৰণয়ন কৰিছে।
Published by:Sanjay Kumar Das
First published: