জম্মু–কাশ্মীৰৰ বান্দীপোৰাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলি, এটা সন্ত্ৰাসবাদী নিহত

News18-Assam
Updated:November 10, 2019, 5:26 PM IST
জম্মু–কাশ্মীৰৰ বান্দীপোৰাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলি, এটা সন্ত্ৰাসবাদী নিহত
FILE PHOTO

সন্ত্ৰাসবাদীৰ সন্ধানত সমীপৱৰ্তী অঞ্চলতো অভিযান চলাইছে নিৰাপত্তাৰক্ষীয়ে।

  • Share this:
জম্মু–কাশ্মীৰৰ বান্দীপোৰাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলি। এই সংঘৰ্ষত নিহত হয় এটা সন্ত্ৰাসবাদী। জানিব পৰা মতে, ভাৰতীয় সেনা, স্পেচিয়েল অপাৰেচন গ্ৰুপ আৰু চি আৰ পি এফে সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত অভিযান চলাইছিল অঞ্চলটোত। এই অভিযানৰ সময়তে দুয়োপক্ষৰ মাজত হয় প্ৰচণ্ড গুলীয়াগুলি। বৰ্তমানো অব্যাহত আছে গুলীয়াগুলি। সন্ত্ৰাসবাদীৰ সন্ধানত সমীপৱৰ্তী অঞ্চলতো অভিযান চলাইছে নিৰাপত্তাৰক্ষীয়ে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
First published: November 10, 2019, 5:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি