ত্ৰিপুৰাত গৰু চুৰিত অভিযুক্তক হত্যা ৰাইজৰ

ত্ৰিপুৰাৰ ৰাইছিয়াবাৰীত সংঘটিত হৈছে এই ঘটনা। নিহত ৩৮ বছৰীয়া লোকজনৰ নাম বুধি কুমা। 

News18-Assam
Updated:July 3, 2019, 7:31 PM IST
ত্ৰিপুৰাত গৰু চুৰিত অভিযুক্তক হত্যা ৰাইজৰ
ত্ৰিপুৰাৰ ৰাইছিয়াবাৰীত সংঘটিত হৈছে এই ঘটনা। নিহত ৩৮ বছৰীয়া লোকজনৰ নাম বুধি কুমা। 
News18-Assam
Updated: July 3, 2019, 7:31 PM IST
ত্ৰিপুৰাত গৰু চুৰিত অভিযুক্তক হত্যা। স্থানীয় ৰাইজৰ প্ৰহাৰত প্ৰাণ গ’ল লোকজনৰ। ত্ৰিপুৰাৰ ৰাইছিয়াবাৰীত সংঘটিত হৈছে এই ঘটনা। নিহত ৩৮ বছৰীয়া লোকজনৰ নাম বুধি কুমাৰ। মঙলবাৰে নিশা হৈছিল এই ঘটনা।
আৰু চাওক পৰৱৰ্তী বাতৰি