
কেন্দ্ৰীৰ মোদী চৰকাৰে কৰ্মচাৰী সকলৰ হিতৰ বাবে এটা ডাঙৰ সিদ্ধান্ত ল’বলৈ আগবাঢ়িছে।
কেন্দ্ৰীৰ মোদী চৰকাৰে কৰ্মচাৰী সকলৰ হিতৰ বাবে এটা ডাঙৰ সিদ্ধান্ত ল’বলৈ আগবাঢ়িছে।
কেন্দ্ৰীৰ মোদী চৰকাৰে কৰ্মচাৰী সকলৰ হিতৰ বাবে এটা ডাঙৰ সিদ্ধান্ত ল’বলৈ আগবাঢ়িছে। কেন্দ্ৰীয় চৰকাৰে ৱান নেছন, ৱান পে দ্যে আৰম্ভ কৰিবলৈ চেষ্টা কৰিছে। কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী সন্তোষ গংগৱাৰে এই সম্পৰ্কে বিশেষ মন্তব্য প্ৰকাশ কৰিছে। তেওঁ কয় যে, ,সমগ্ৰ দেশৰ কৰ্মচাৰী আৰু বনুৱা সকলৰ দৰমহা একেটা দিনতে মোকলাই দিয়াৰ চিন্তা কৰিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে এই বিষয়ত আইনীয় ৰূপ দিবলৈ চিন্তা কৰিছে। উল্লেখ যোগ্য যে, কোনো নিৰ্দিষ্ট দৰমহা দিয়াৰ দিন নথকাৰ বাবে বহু কৰ্মচাৰী অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|