জম্মু–কাশ্মীৰৰ ছপ’ৰত লস্কৰ–ই–তৈবাৰ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

News18 Assam | News18-Assam
Updated:December 22, 2019, 10:56 PM IST
জম্মু–কাশ্মীৰৰ ছপ’ৰত লস্কৰ–ই–তৈবাৰ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ
ধৃত সন্ত্ৰাসবাদীটোৰ পৰা জব্দ কৰা হৈছে বহু আপত্তিজনক সামগ্ৰী।

ধৃত সন্ত্ৰাসবাদীটোৰ পৰা জব্দ কৰা হৈছে বহু আপত্তিজনক সামগ্ৰী।

  • News18 Assam
  • Last Updated: December 22, 2019, 10:56 PM IST
  • Share this:
জম্মু–কাশ্মীৰৰ ছপ’ৰত নিৰাপত্তাৰক্ষীৰ জালত পৰিল লস্কৰ–ই–তৈবাৰ এটা সন্ত্ৰাসবাদী। ধৃত সন্ত্ৰাসবাদীটোক সোধা–পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষীৰ এজন বিষয়াই জনোৱা অনুসৰি ধৃত সন্ত্ৰাসবাদীটোৰ নাম ৰাছিক মকবুল শ্বেখ। পুলৱামা জিলাৰ ত্ৰাল অঞ্চলত জইছৰ সন্ত্ৰাসবাদীক প্ৰয়োজনীয় সামগ্ৰীৰে সহায় কৰাত নিয়োজিত আছিল সন্ত্ৰাসবাদীটো। ধৃত সন্ত্ৰাসবাদীটোৰ পৰা জব্দ কৰা হৈছে বহু আপত্তিজনক সামগ্ৰী।
Published by: Sanjay Kumar Das
First published: December 22, 2019, 10:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি