কেনে লাগিল নমস্তে ট্ৰাম্প? এগৰাকী ভাৰতীয় মহিলাই সাৱটি ধৰিলে ইভাংকা ট্ৰাম্পক, চাওক ভিডিঅ’

News18 Assam | News18-Assam
Updated:February 24, 2020, 4:58 PM IST
কেনে লাগিল নমস্তে ট্ৰাম্প? এগৰাকী ভাৰতীয় মহিলাই সাৱটি ধৰিলে ইভাংকা ট্ৰাম্পক, চাওক ভিডিঅ’
দুদিনীয়া ভাৰত ভ্ৰমণলৈ আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। ট্ৰাম্পৰ সৈতে আহিছে পত্নী মেলানিয়া আৰু কন্যা ইভাংকা।

দুদিনীয়া ভাৰত ভ্ৰমণলৈ আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। ট্ৰাম্পৰ সৈতে আহিছে পত্নী মেলানিয়া আৰু কন্যা ইভাংকা।

  • Share this:
দুদিনীয়া ভাৰত ভ্ৰমণলৈ আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। ট্ৰাম্পৰ সৈতে আহিছে পত্নী মেলানিয়া আৰু কন্যা ইভাংকা। ভাৰতৰ উপস্থিত হোৱাৰ পিছত আহমেদাবাদৰ ম’টেৰা ষ্টেডিয়ামত হাজাৰ হাজাৰ লোকে সম্ভাষণ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীক।



‘নমস্তে ট্ৰাম্প’ অনুষ্ঠান শেষ হোৱাৰ পিছত ড’নাল্ড ট্ৰাম্পৰ জীয়ৰী ইভাংকাক সাৱটি ধৰে এগৰাকী ভাৰতীয় মহিলাই।

Photo : metro.co.uk


পিছত সাংবাদিকে ইভাংকাক প্ৰশ্ন কৰে যে, কেনে লাগিল নমস্তে ট্ৰাম্প?


উত্তৰত ইভাংকাই ক’লে, ‘বহুত সুন্দৰ’। পিছত বাতৰিতো ANIয়ে শ্বেয়াৰ কৰে।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি