
বৃহস্পতিবাৰে টুইটাৰত এজন ব্যৱহাৰকাৰীক প্ৰত্যুত্তৰ দিলে মোদীয়ে।
বৃহস্পতিবাৰে টুইটাৰত এজন ব্যৱহাৰকাৰীক প্ৰত্যুত্তৰ দিলে মোদীয়ে।
ছচিয়েল মিডিয়াত মীম বনাই সমালোচনা কৰাটো নতুন কথা নহয়। ভাৰততে নহয়, সমগ্ৰ বিশ্বতে ৰাজনৈতিক নেতাৰ পৰা ছবি জগতৰ তাৰকাসকললৈ, মীমৰ জৰিয়তে সমালোচনা কৰা দেখা যায়। বহু সময়ত প্ৰধানমন্ত্ৰীৰো মীম বনাই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। কিন্তু প্ৰধানমন্ত্ৰীয়ে কেতিয়াও কোনো প্ৰত্যুত্তৰ দিয়া নাই।
কিন্তু বৃহস্পতিবাৰে এজন ব্যৱহাৰকাৰীক প্ৰধানমন্ত্ৰী মোদীলৈ এজন ব্যৱহাৰকাৰীয়ে লিখিলে – This is becoming a meme। মোদীয়ে সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰাৰ বাবে অপেক্ষা কৰি থকা এখন ফটোৰ সৈতে কৰা এই টুইটটোৰ উত্তৰ দিলে প্ৰধানমন্ত্ৰীয়ে। মোদীয়ে ব্যৱহাৰকাৰীজনক উত্তৰ দিলে – Most welcome....enjoy।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|