• Home
  • »
  • News
  • »
  • nation
  • »
  • Viral Video: ৬০ বছৰত প্ৰেম, তাৰ পিছত বিয়া, খোলা দাঁতেৰেই এজনে আনজনক দিলে মৰমৰ চুমা

Viral Video: ৬০ বছৰত প্ৰেম, তাৰ পিছত বিয়া, খোলা দাঁতেৰেই এজনে আনজনক দিলে মৰমৰ চুমা

এনেকুৱা এক নজিৰবিহীন প্ৰেম কাহিনী আৰু বিয়াৰ সাক্ষী হ’ল বহু লোক। সমাজক সাক্ষী কৰি বিবাহপাশত আবদ্ধ হ’ল কোচানিয়ন আৰু লক্ষ্মী।

  • Share this:
দৰাৰ বয়স ৬৭, কইনাৰ ৬৫। প্ৰিয়জনক হেৰুওৱাৰ পিছত বৃদ্ধাশ্ৰমত আশ্ৰয় লৈছিল দুয়োগৰাকীয়ে। কিন্তু বৃদ্ধাশ্ৰমত সলনি কৰিছিল দুয়োৰে জীৱনৰ গতি। পুৰণি সকলো দুখ পাহৰি আকৌ এখন নতুন সংসাৰ গঢ়াৰ সপোনে গজালি মেলিছিল দুয়োৰে হৃদয়ত। দুয়ো দুয়োৰে প্ৰতি আকৰ্ষিত হৈছিল। সপোনবোৰ ডাঙৰ হৈ পূৰ্ণতা পাইছিল। আৰু শেষত দুয়ো সিদ্ধান্ত ল’লে বিয়াৰ। দৰাৰ নম কোচানিয়ন মেনন আৰু কইনাৰ নাম লক্ষ্মী অম্মাল। ঘটনাটো কেৰালাৰ ত্ৰিশূৰ জিলাৰ ৰামাবৰ্মাপুৰমৰ।

এনেকুৱা এক নজিৰবিহীন প্ৰেম কাহিনী আৰু বিয়াৰ সাক্ষী হ’ল বহু লোক। সমাজক সাক্ষী কৰি বিবাহপাশত আবদ্ধ হ’ল কোচানিয়ন আৰু লক্ষ্মী।

বৰমালা পিন্ধাই এজনে আনজনৰ গালত আঁকি দিলে মৰমৰ চুমা। বিয়াত উপস্থিত থাকিল কৃষি মন্ত্ৰী ভি এছ শিৱকুমাৰ, ডিষ্ট্ৰিক্ট কালেক্টৰ এছ শনভাসো।

সকলোৱে নৱ দম্পতীৰ দাম্পত্য জীৱন সুখী হোৱাৰ শুভকামনা জনালে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি