বিধ্বংসী ‘ফণী’, ওড়িশাত আবদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী

News18-Assam
Updated:May 4, 2019, 12:07 AM IST
বিধ্বংসী ‘ফণী’, ওড়িশাত আবদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী
প্ৰতীকী ছবি

আজি ১২ বজাৰ ভিতৰত কোঠা খালী কৰিবলৈ নিৰ্দেশ। ঘূৰ্ণি বতাহ ‘ফণী’ৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে।

  • Share this:
ওড়িশাৰ অসম যাত্ৰী নিবাসত আবদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী। আজি ১২ বজাৰ ভিতৰত কোঠা খালী কৰিবলৈ নিৰ্দেশ। ঘূৰ্ণি বতাহ ‘ফণী’ৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে। ওড়িশাত আবদ্ধ হৈ আছে অসমৰ বহুকেইগৰাকী তীৰ্থযাত্ৰী। ৪ মে’ত অসমলৈ উভতি অহাৰ কথা আছিল তীৰ্থযাত্ৰীৰ দলটো।
আৰু চাওক
পৰৱৰ্তী বাতৰি