உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Nusrat Jahan : খং উঠিল নুছৰত জাহানৰ, আধাতে এৰিলে ৰোড শ্ব’, ক’লে – ইমানখিনি মই মুখ্যমন্ত্ৰী মমতাৰ বাবেও নকৰো

    Nusrat Jahan : খং উঠিল নুছৰত জাহানৰ, আধাতে এৰিলে ৰোড শ্ব’, ক’লে – ইমানখিনি মই মুখ্যমন্ত্ৰী মমতাৰ বাবেও নকৰো

    অশোকনগৰ সমষ্টিৰ গুমাত টিএমচিৰ প্ৰাৰ্থী নাৰায়ণ গোস্বামীৰ বাবে শেহতীয়াকৈ প্ৰচাৰ চলাইছিল আৰু হঠাৎ ৰোড শ্ব’ত অংশগ্ৰহণ কৰাত অসন্মতি প্ৰকাশ কৰে নুছৰতে।

    • Share this:
    পশ্চিম বংগৰ ২৪ পৰগনা জিলাত অভিনেত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সাংসদ নুছৰত জাহানে খঙতে আধাতে সামৰিলে এক ৰোড শ্ব’। নুছৰতে কয় যে তেওঁ এঘণ্টাতকৈ অধিক সময়ৰ ৰেলীত অংশগ্ৰহণ নকৰে, লাগিলে সেয়া মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সমৰ্থনতে হওক।

    অশোকনগৰ সমষ্টিৰ গুমাত টিএমচিৰ প্ৰাৰ্থী নাৰায়ণ গোস্বামীৰ বাবে শেহতীয়াকৈ প্ৰচাৰ চলাইছিল আৰু হঠাৎ ৰোড শ্ব’ত অংশগ্ৰহণ কৰাত অসন্মতি প্ৰকাশ কৰে নুছৰতে। দলীয় কাৰ্যকৰ্তাই তেওঁ ৰোড শ্ব’ত থকাটো বিচাৰিছিল।

    সাংসদগৰাকীয়ে টি এম চি কাৰ্যকৰ্তাক কোৱা শুনা গৈছে, ‘‘মই এঘণ্টাতকৈ অধিক সময় ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব নোৱাৰো। মই মুখ্যমন্ত্ৰীৰ বাবেও এয়া নকৰো। আপুনি ধেমালি কৰিছে নেকি?’’ পিছত প্ৰাৰ্থী নাৰায়ণ গোস্বামীয়ে কয় যে নুছৰত জাহানে বিশেষ কাৰণত সম্পূৰ্ণ ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব নোৱাৰিলে।
    Published by:Sanjay Kumar Das
    First published: