• Home
  • »
  • News
  • »
  • nation
  • »
  • কিয় হাস্পতালত ভৰ্তি হ’বলগীয়া হৈছিল নুছৰত জাহান? ভিডিঅ’যোগে জনালে সুন্দৰী সাংসদগৰাকীয়ে, VIDEO

কিয় হাস্পতালত ভৰ্তি হ’বলগীয়া হৈছিল নুছৰত জাহান? ভিডিঅ’যোগে জনালে সুন্দৰী সাংসদগৰাকীয়ে, VIDEO

নুছৰত হাস্পতালত ভৰ্তি হোৱাক লৈ ওলাইছিল বিভিন্ন উৰাবাতৰিও। কিছুমানে অধিক ড্ৰাগছ সেৱনৰ বাবেই অসুস্থ হৈ পৰা বুলি মন্তব্য কৰিছিল।

  • Share this:
    বাংলা অভিনেত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সাংসদ নুছৰত জাহানক শেহতীয়াকৈ ভৰ্তি কৰোৱা হৈছিল কলকাতাৰ এখন হাস্পতালত। নুছৰতৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ভৰ্তি কৰোৱা হৈছিল ICUত। শ্বাস–প্ৰশ্বাসৰ কষ্ট পোৱা বাবেই অভিনেত্ৰীগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল বুলি খবৰ ওলাইছিল।

    নুছৰত হাস্পতালত ভৰ্তি হোৱাক লৈ ওলাইছিল বিভিন্ন উৰাবাতৰিও। কিছুমানে অধিক ড্ৰাগছ সেৱনৰ বাবেই অসুস্থ হৈ পৰা বুলি মন্তব্য কৰিছিল। ইয়াৰ মাজতে নুছৰত জাহানে এটা ভিডিঅ’ৰ জৰিয়তে সকলোৰে মুখ বন্ধ কৰিলে।

    আচলতে কি হৈছিল নুছৰত জাহানৰ শুনক অভিনেত্ৰীগৰাকীৰ মুখেৰেই :

    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
    First published: