দল আৰু সংবিধান বিৰোধী কাৰ্য্যত লিপ্ত NSCN(K)ৰ পাঁচ শীৰ্ষ নেতাক বহিস্কাৰ

এই কথা News18ক জনালে সংগঠনৰ প্ৰচাৰ সচিব যুছেফ লামকাঙে

News18-Assam
Updated:November 1, 2019, 9:09 PM IST
দল আৰু সংবিধান বিৰোধী কাৰ্য্যত লিপ্ত NSCN(K)ৰ পাঁচ শীৰ্ষ নেতাক বহিস্কাৰ
এই কথা News18ক জনালে সংগঠনৰ প্ৰচাৰ সচিব যুছেফ লামকাঙে
News18-Assam
Updated: November 1, 2019, 9:09 PM IST
NSCN(K)ৰ পাঁচ শীৰ্ষ নেতাক বহিস্কাৰ।
দল আৰু সংবিধান বিৰোধী কাৰ্য্যত লিপ্ত হোৱাৰ অপৰাধত বহিস্কাৰ।
ম্যানমাৰ চৰকাৰৰ সৈতে চুক্তিত স্বাক্ষৰ কৰিবলৈ বিচাৰিছিল ৫ নেতাই।

বহিস্কাৰ হ'ল গৃহমন্ত্ৰী মেজৰ জেনেৰেল আঙমাইক।
ধৰ্মীয় মন্ত্ৰী ছয়াঙছিঙক বহিস্কাৰ।
বনমন্ত্ৰী আঙকানকো NSCN(K)ৰ পৰা বহিস্কাৰ।



কেন্দ্ৰীয় কমিটিৰ নেতা আৰ ছথিক বহিস্কাৰ।
লেফটেনেণ্ট কৰ্ণেল আঙছেইনকো কৰিলে বহিস্কাৰ।
বহিস্কৃত ৫ নেতা ৯ মাৰ্চৰ পৰা কাৰাগাৰত বন্দী হৈ আছে।
বন্দী অৱস্থাৰ পৰাই চলাইছিল ম্যানমাৰ চৰকাৰৰে চুক্তি কৰাৰ প্ৰচেষ্টা।
এই কথা News18ক জনালে প্ৰচাৰ সচিব যুছেফ লামকাঙে।
আৰু চাওক পৰৱৰ্তী বাতৰি