বৰফ গলিল! কেন্দ্ৰৰ সৈতে পুনৰ আনুষ্ঠানিক বৈঠক আৰম্ভ NSCN(IM)ৰ

News18 Assam | News18-Assam
Updated:March 10, 2021, 9:38 PM IST
বৰফ গলিল! কেন্দ্ৰৰ সৈতে পুনৰ আনুষ্ঠানিক বৈঠক আৰম্ভ NSCN(IM)ৰ
মধ্যস্থতাকাৰী আৰ এন ৰবিৰ সৈতে বৈঠকত বহা নাই NSCN(IM

মধ্যস্থতাকাৰী আৰ এন ৰবিৰ সৈতে বৈঠকত বহা নাই NSCN(IM

  • Share this:
আজিৰে পৰা পুনৰ আৰম্ভ হৈছে NSCN(IM)ৰে কেন্দ্ৰৰ বৈঠক ৷ নতুন দিল্লীত আৰম্ভ হৈছে এই বৈঠক ৷ দীৰ্ঘদিনে স্থবিৰ হৈ আছিল আলোচনা ৷ পৃথক পতাকা আৰু সংবিধানক লৈ মতান্তৰ হৈছিল দুয়োপক্ষৰ মাজত ৷ ফলত ব্যাঘাত জন্মিছিল আলোচনাত ৷ আনকি  চূড়ান্ত চুক্তিৰ সময়সীমা নিৰ্ধাৰণ কৰিও ব্যৰ্থ হৈছিল মধ্যস্থতাকাৰী ৷

কিন্তু মধ্যস্থতাকাৰী আৰ এন ৰবিৰ সৈতে বৈঠকত বহা নাই NSCN(IM) ৷ ৰবিৰ সলনি IBৰ বিশেষ সঞ্চালকৰ সৈতেহে চলিছে বৈঠক ৷
Published by: Himangshu Bhuyan
First published: March 10, 2021, 9:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি