NSCN-IMৰ সামূহিক নেতৃত্বৰ পদত প্ৰয়াত ইজাক শ্বুৰ পত্নী ইউষ্টাৰ

News18-Assam
Updated:November 25, 2019, 12:32 PM IST
NSCN-IMৰ সামূহিক নেতৃত্বৰ পদত প্ৰয়াত ইজাক শ্বুৰ পত্নী ইউষ্টাৰ
ভাৰত চৰকাৰৰ সৈতে চূড়ান্ত চুক্তিত স্বাক্ষৰ কৰাৰ প্ৰাক্ ক্ষণত NSCN-IMৰ সামূহিক নেতৃত্বৰ কমিটিত অন্তৰ্ভুক্ত হ'ল ইউষ্টাৰ শ্বিছি শ্বু

ভাৰত চৰকাৰৰ সৈতে চূড়ান্ত চুক্তিত স্বাক্ষৰ কৰাৰ প্ৰাক্ ক্ষণত NSCN-IMৰ সামূহিক নেতৃত্বৰ কমিটিত অন্তৰ্ভুক্ত হ'ল ইউষ্টাৰ শ্বিছি শ্বু

  • News18 Assam
  • Last Updated: November 25, 2019, 12:32 PM IST
  • Share this:
বিজু কুমাৰ ডেকা: ভাৰত চৰকাৰৰ সৈতে চূড়ান্ত চুক্তিত স্বাক্ষৰ কৰাৰ প্ৰাক্ ক্ষণত NSCN-IMৰ সামূহিক নেতৃত্বৰ কমিটিত অন্তৰ্ভুক্ত হ'ল ইউষ্টাৰ শ্বিছি শ্বু ৷ নগা বিদ্ৰোহী সংগঠন NSCNৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা NSCN/GPRNৰ ৰাষ্ট্ৰপতি ইজাক শ্বিচি শ্বুৰ পত্নী ইউষ্টাৰক সংগঠনৰ সামূূূূূহি নেতৃত্বলৈ সন্মান সহকাৰে নিযুক্তি দিয়াৰ কথা সদৰি কৰিছে সংগঠনটোৰ তথ্য আৰু প্ৰচাৰ বিভাগে ৷

উল্লেখযোগ্য যে ১৯৮০চনৰ ৩১ জানুৱাৰীৰ পৰা ২০১৬ৰ ২৮ জুন মৃত্যু পৰ্যন্ত ইজাক শ্বুয়ে NSCN-IMৰ অধ্যক্ষ পদত কাৰ্য নিৰ্বাহ কৰিছিল ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি