শ্বিলঙলৈ যোৱাৰ কথা ভাবিছে নেকি, জানি লওক নতুন নিয়ম, নহ’লে ঘূৰি আহিব লাগিব আপুনি

এই সন্দৰ্ভত মেঘালয়ৰ পৰ্যটন বিভাগে প্ৰকাশ কৰিছে জাননী।

News18-Assam
Updated:November 6, 2019, 3:47 PM IST
শ্বিলঙলৈ যোৱাৰ কথা ভাবিছে নেকি, জানি লওক নতুন নিয়ম, নহ’লে ঘূৰি আহিব লাগিব আপুনি
এই সন্দৰ্ভত মেঘালয়ৰ পৰ্যটন বিভাগে প্ৰকাশ কৰিছে জাননী।
News18-Assam
Updated: November 6, 2019, 3:47 PM IST
এতিয়াৰে পৰা মেঘালয়লৈ যোৱা লোকৰ বাবে বাধ্যতামূলক হ’ব পঞ্জীয়ন। অধ্যাদেশৰ জৰিয়তে নতুন নিয়ম মেঘালয় চৰকাৰৰ। অনলাইন–অফলাইন দুয়োটা মাধ্যমতে কৰিব পাৰিব পঞ্জীয়ন। অৱশ্যে এতিয়াও আৰম্ভ হোৱা নাই পঞ্জীয়ন প্ৰক্ৰিয়া। এই সন্দৰ্ভত মেঘালয়ৰ পৰ্যটন বিভাগে প্ৰকাশ কৰিছে জাননী।
আৰু চাওক পৰৱৰ্তী বাতৰি