গৃহমন্ত্ৰীৰ সন্মুখত মুকলিকৈ বিৰোধিতা CABৰ, উত্তৰ পূৰ্বাঞ্চলে নামানে জাতিধ্বংসী CAB

News18 Assam | News18-Assam
Updated:November 30, 2019, 9:47 AM IST
গৃহমন্ত্ৰীৰ সন্মুখত মুকলিকৈ বিৰোধিতা CABৰ, উত্তৰ পূৰ্বাঞ্চলে নামানে জাতিধ্বংসী CAB
বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে উত্তৰ–পূৰ্বাঞ্চলৰ দল সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠক

বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে উত্তৰ–পূৰ্বাঞ্চলৰ দল সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠক

  • Share this:
বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে উত্তৰ–পূৰ্বাঞ্চলৰ দল সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠক। শুকুৰবাৰে নিশা দল-সংগঠনেৰে বৈঠকত মিলিত হৈছিল গৃহমন্ত্ৰী। ত্ৰিপুৰা, মিজোৰামৰ দল সংগঠনে  নামানে CAB। উত্তৰ–পূবক CAB ৰ পৰা আঁতৰাই ৰাখিবলৈ দাবী সংগঠনকেইটাৰ। বৈঠকত উপস্থিত আছিল নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা। বৈঠকৰ পিছত মন্ত্ৰী শৰ্মাৰ সদম্ভ ঘোষণা, ১০ ডিচেম্বৰত গৃহীত হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক। বৈঠকত অসমৰ মুক্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত আছিল। ইফালে ৩ ডিচেম্বৰত অসমৰ সংগঠনৰ সৈতে বৈঠকত বহিব অমিত শ্বাহ।

 
আৰু চাওক পৰৱৰ্তী বাতৰি