এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত দেখা নাযাব পশ্চিম বংগৰ প্ৰতীকপট

News18 Assam | News18-Assam
Updated:January 2, 2020, 10:16 AM IST
এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত দেখা নাযাব পশ্চিম বংগৰ প্ৰতীকপট
এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে অহা ৫৬টা প্ৰস্তাৱৰ ভিতৰত ২২টা নিৰ্বাচিত কৰা হৈছে।

এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে অহা ৫৬টা প্ৰস্তাৱৰ ভিতৰত ২২টা নিৰ্বাচিত কৰা হৈছে।

  • Share this:
আগন্তুক গণৰাজ্য দিৱসৰ পেৰেডত দেখা নাযাব পশ্চিম বংগৰ প্ৰতীকপট। প্ৰতিৰক্ষা মন্ত্ৰণালয়ে খাৰিজ কৰিলে পশ্চিম বংগৰ প্ৰতীক পটৰ প্ৰস্তাৱ। প্ৰতিৰক্ষা মন্ত্ৰাণালয়ে এক বিবৃতিত কয় যে, পশ্চিমবংগ চৰকাৰৰ প্ৰস্তাৱ বিশেষজ্ঞ সমিতিয়ে দুখনকৈ বৈঠকৰ পিছত খাৰিজ কৰে।

উল্লেখযোগ্য যে, এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে অহা ৫৬টা প্ৰস্তাৱৰ ভিতৰত ২২টা নিৰ্বাচিত কৰা হৈছে। ইয়াৰ ভিতৰত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১৬টা আৰু কেন্দ্ৰীয় মন্ত্ৰণালয়ৰ ৬টা প্ৰস্তাৱ আছে। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ পৰা মুঠ ৩২টা আৰু কেন্দ্ৰীয় মন্ত্ৰণালয়ৰ পৰা ২৪টা প্ৰস্তাৱ আহিছিল গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে।
Published by: Sanjay Kumar Das
First published: January 2, 2020, 10:16 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading