জম্মু–কাশ্মীৰ হ’ব কেন্দ্ৰীয় শাসিত অঞ্চল, ৰাজ্যৰ মৰ্যদা কৰ্তন!

জম্মু–কাশ্মীৰক লৈ কেন্দ্ৰীয় চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত

News18-Assam
Updated:August 5, 2019, 1:25 PM IST
জম্মু–কাশ্মীৰ হ’ব কেন্দ্ৰীয় শাসিত অঞ্চল, ৰাজ্যৰ মৰ্যদা কৰ্তন!
জম্মু–কাশ্মীৰক লৈ কেন্দ্ৰীয় চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত
News18-Assam
Updated: August 5, 2019, 1:25 PM IST
জম্মু–কাশ্মীৰ হ’ব কেন্দ্ৰীয় শাসিত অঞ্চল, সেইদৰে জম্মু–কাশ্মীৰৰ পৰা পৃথক কৰা হ’ব লাডাখ। জম্মু–কাশ্মীৰৰ বাবে ৰাজ্যখনত থকা পৃথক সংবিধান এতিয়াৰ পৰা নহ’ব প্ৰযোজ্য। জম্মু কাশ্মীৰত থাকিব বিধানমণ্ডল!


সোমবাৰে ৰাজ্যসভাত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ প্ৰস্তাৱ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।সংবিধানৰ ৩৭০ নং অনুচ্ছেদে জম্মু–কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰিছিল। অনুচ্ছেদ 35(A) ও প্ৰত্যাহাৰৰ প্ৰস্তাৱ।

সদনত সৃষ্টি হৈছে হূলস্থূলীয়া পৰিবেশ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অধ্যক্ষই মাৰ্শ্বেল লগাই বাহিৰ কৰিলে দুগৰাকী সাংসদক।
আৰু চাওক পৰৱৰ্তী বাতৰি